চতুবিংশ আধ্যা ব্ৰাদাৰ ক্লেমেন্ট
দিন গধুলি। কেখেবিণে ইঘৰ সিঘৰকৈ লবা-চপৰ| কৰি ফুৰিছে--বৰ ব্যস্ত--অলপে৷ আজৰি নাই ; আন নালাগে কথা এষাৰকে কবৰ সময় নাই | মার্গেব্টেৰ এটি দেরদৃত সদৃশ লবা উপজিছে-__কেখেবিণক পায় কোনে? তেওঁৰ হিয়া 'এখন গুচি সাতখন যেন লাগিছে__গাঁত তত নাই । মার্গেবেটে দেবদূত প্রায় কেঁচুৱা জেৰাৰ্ডক চুমা দি চকুলো ঢুকি টুকি কৈ গৈছে_আহা | প্রাণৰ জেৰাৰ্ড যদি এই সময়ত আগত থাকিলহেঁতেন ! মোৰ দুখৰ দিনত তেও আঁতৰত থকাত বেছি আক্ষেপ নাছিল কিন্তু আজ্ৰি দিনত এই সুখ ভাগ লবলৈকো যে তেও নাই ! atta প্রিয়তম জেবার্ড | জেবা || আহা তুমি এবাৰ ৷ জেবার্ড! জেৰাড” |! মার্গেবেটে জেবা ৬ক আকোবালি ধৰিম বুলি হাত দুখন মেলি দিলে ; এনেতে কেথেবিণ ঘৰৰ ভিতৰ সোমালহি। মার্গে ৰেটে উচপ খাই উঠি শুধিসে._আই শুনিলানে ? _কেথেবিণ আচৰিত | সুধিলে,__নাই, কি শুনিলা 2 _মই জেবা বুলি চিঞবিচিলে ; কিন্তু এতিয়াই-- = অৱশ্যে তোমাৰ চিঞৰ মই শুনিছে| ৷