সমললৈ যাওক

পৃষ্ঠা:মিলন মন্দিৰ.pdf/১৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মিলন-মনিৰ ১৩০

তেওঁ আকৌ ভাৱিলে, মার্গেৰেটৰ চিঠি ভিত্ৰতে| থাকিব পাৰে, কাৰণ আজি-কালিৰ ছোৱালাঁবোৰ বৰ লাজকুৰীয়া | সিহঁতে চিঠি-পত্ৰ পিখি নিজে নিদি আনৰ খামৰ ভিতৰতহে সুমুরাই দিয়ে । জেৰাডে গোটেইখন চিঠি মেলি চাই দেখে যে, মার্গেবেট ভান আইকবহে নাম লিখা | জেৰাৰ্ডে লৰ|- লবিকৈ দুটামান চুমাখাই চিঠিখন পঢ়িবলৈ ধৰিলে £__

প্রাণৰ দেবার্ড,

বৰ দুখৰ বাতৰি জনাবলৈ বেয়। লাগে--সাহ নহয়, বুকু কপি উঠে। কিন্তু কি কৰিম ! নিয়তিৰ লীলা । তোমাৰ প্রাণ প্রতিন| মার্গেৰেট ব্ৰাণ্ড আৰু ইহজগতত নাই । Ala বৃহস্পতিবাৰে গধূলি ৪ বজাত মার্গেৰেট পিপুৰালৈ যাত্রা! কৰিলে | মই নিজে আগত থাকি তেওঁৰ সমাধি কৰাইছে" | কি কম, জেবার্ড! প্রাণে নসয় ! তেওঁ মৰিবৰ সময়তো! কেঁৱল-- *“জেৰাৰ্ড, জেবার্ডকৈ” ati এৰিছে । সেই দেখি তুমি ইটালীকে তোমাৰ মৃত্যু ঠাই বুলি ভাবি জন্মভূমি টার্গো আৰু চেভেন বার্গেনৰ কথা পাহৰি পেলোরা ৷ সকলো ভাৱ, সকলো কথা অন্তৰৰ পৰ| মচি পেলোৱা । ইতি--

তোমাৰ হিতাকাক্ক্ষিণা-- মাৰ্গেৰেট ভান, আইক্‌

এয়ে সেই পাপীষ্ঠ বার্গোনাষ্টৰ গুপ্ত অভিসন্ধি পত্র নহয়নে ? লেণ্ড লেডী জনীয়ে চিঠি শুনি হুমুনিয়াহ কাঢ়িবলৈ ধৰিলে | জেৰাৰ্ড সেইপিনেই অচেতন হৈ বাগৰি পৰিন।