১১২৯ মিলন-মন্দিৰ
ত্তেওঁ নিজ বহালৈ ঘেশাবা মেলি দিলে। জেৰাড'ৰ মনত আজি যে কত আনন্দ কত BR ! প্রাণৰ প্রিয়তমা মাৰ্গে- Cabs সেই সদায় হাহি-মুবা মুখখনি কেইবাৰ যে তেওঁৰ চকুৰ RUNS দেখা দিলেহি, কোনে জানে ?
জেবার্ড আহি ঘৰ নৌ-সোমা$তেই তেওঁ থকা ঘৰৰ গাৰাকী লেগ লেভী বুঢ়াজন| ওলাই আহি তেওঁৰ আগতে (MAG মোনা এটাই, চিঠি এখনে পেলাই দিলেহি :
CHES মোনাটো! মেলি দেখে--টক| কডিবে ভৰা। জেবার্ড অবাক | লেণ্ড লেভী জনীয়ে মাত. দিলে,-_কিহে মিষ্টাৰ coat, 'কত আনন্দ! ইয়াতকৈ আৰু সুখ আছেনে ?
CHANG — AVY মাদ।ৰ | তালৈ নগলে মোৰ কতো সখ ‘নাই। মার্গেবেট অবিহনে মোৰ সকলো! মিছ|-- দিনতে আন্ধাৰ 'যেন দেখোঁ--কোনে৷| সুখ নাই |
_বাক সি যি fe নহ'ক চিঠিখন মেলি চোৱীচোন।
জেৰা্ডে চিঠিখন মেলি চোৱাৰ লগে লগে বুঢীজণীক সুধিলে,. মাদাৰ, এই চিঠিখন কোনে দিলে ?
এজন চিনাকি চিত্রকৰে । তাৰ নামটোও একেবাৰেই কিবা মনত নাথাকে_ বোধহয় এন._ছিল২_মিন্ |
--অ’, হেনচ, মেমলিং ! তেওঁ মোৰ এজন পৰম 2G | দ্ৰেৰাডে ভাবিছিল যে সেই চিঠিখন মার্গেৰেটৰপৰা আহিছিল;
কিন্তু ক’তা ? লুটিয়াই, বগৰাই চালে--সেইবোৰতে| মার্গেৰেটৰ
হাতৰ লিখা নহয়। ১ ৯