সমললৈ যাওক

পৃষ্ঠা:মিলন মন্দিৰ.pdf/১৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

fara মন্দিব ১২৬

ছুখন কাকত আগত উলিয়াই লৈ ভাবিবলৈ ধৰিলে, এইখন প্রাণপ্রতিমা মার্গেৰেটৰ বিবাহ-খত--উইঁ নহয়; ইয়াক নষ্ট কৰিব নোৱাৰি । এই বুলি ছুটামান চুমা খাই সেইখন আকৌ জেপত Yate থলে। দ্বিতীয়খনৰ ফালে চাই কৈ গ'ল-- এইখন বার্গোমাষ্টৰে ফ্লোবিণ ব্ৰাণ্ড আক তেওঁৰ পুতেক পিটাৰ ব্ৰাও্ুৰ ওপৰত কৰা! জাল-খত | বাক এইখনকে নষ্ট কৰ] USF | ইয়াৰ আখৰবোৰ তুলি পেলোরা যাওক | এইখন বেচি যি পাওঁ তাৰে জানোচ| সেই ভেলাম কাকতখন কিনিবই পাৰো |

জেবাডে এইবোৰ নান! কথা ভাবি থাকোঁতেই পিছফালৰ পৰা টেৰেছাই মাত লগালেহি,-- মাষ্টাৰ জেবার্ড! কি কৰিছে? কি ভাবিছে? এয়| চাওক আপোনাৰ সেই ভেলাম কাকত।

জেবার্ড অবাক। জেৰার্ডে যে এই কাকতখনকে কিনিবৰ বাবে আকাশ পাতাল ভাবিবলৈ ধৰিছে ৷ এনেকি পিটাৰ Set খতখন ফালিপেলাই মার্গেৰেটেক সর্বস্বান্ত কৰিবলৈ ওলাইছে ! এইবোৰ কথা টেবেছাই কেনেকৈ জানিলে ? “টেৰেছা, টেৰেছা' বুলি কৈ জেবার্ডে আনন্দিত আক আশ্চর্যযান্থত হৈ তবধ মানিলে । কিছু সময় নিমাত থাকি আকৌ স্বুধিলে,---মৰম্ৰ টেব্ছো ! তুমি এই কথা কেনেকৈ জানিলা >? মই হলে আচৰিত মানি ৷

_মাষ্টাৰ জেবার্ড, দুয়ো ফুৰিবলৈ যাওঁতে আপুনি এই কাকতখন সতৃষ্ণ নয়নেৰে চোরা নাছিলনে ? আপোনাৰ জানো সেই আকলুরা কাতৰ দৃষ্টি টেৰেছাৰ প্রাণে সয় ?

জেবৰার্ড টেবেছাৰ ওপৰত বৰ সন্তুষ্ট আক কৃতজ্ঞ হঃল। টেৰেছাৰ পৰামৰ্শ অনুসাৰে পিছদিনাখন ভেবার্ড ফ্ৰায়াৰ