১১৯ মিলন-মন্দিৰ
কেবাহিকৈ চায়। বুঢ়| এলি চাহাবৰ আৰু সহা নহ’ল-- লাহেকৈ মাত দিলে--
কেট, আজিয়েই শেষ কৰিবানে ? কাইলৈকো| বাকী ৰাখাগেন । কথাতেই দেখোন একেবাৰে বলিয়া, তুমিয়ে কৈ থাকিলে হয়নে ? ময়ে| এবাৰ কওঁচোন |
ate’ আক কেথেৰিণৰ eu বন্ধ হ'ল। বুঢ়াদেৱে গম্ভীৰ ভাৱে স্বুধিলে.--মার্গেৰেট, জেবা যে চিঠিখনত কিবা বিয়াৰ খতব (marriage bond) কথা লিখিছে, সেইবোৰ কি কথা?
মাৰ্গেৰেট নিমাত-_উত্তৰ দিব নোৱাৰিলে । তিৰোতা মানুহ লাজুকী-লত|--লাজে হেঁচা মাৰি ধৰিলে 1 কিন্তু এই বিষয় সকলো কথা অল্প আগেয়ে শাহুৱেকৰ আগত ভাঙি পাতি কৈছে |
কোনো উত্তৰ নাপাই বুঢ়াদেৱে আকৌ স্নুধিলে,- উত্তৰ নিদিয়া কেলেই ? সেইবোব নো fe ai া|লিখিছে-- কোৱাচোন ভাঙি পাতি একো ate নাই ।
মাৰ্গেৰেটৰ অৱস্থা দেখি কেথেৰিণে উত্তৰ ্দিলে-- সেইবোৰ নো কিহব! জেবার্ড আৰু মার্গেৰেটৰ মাজত, কোনোবা! দিনাই বিয়া হৈ গৈছে নহয় নে। বিয়া! সচাকৈয়ে নে? কেতিয়া ক'ত দিয়া হৈ গ’ল?” যেতিয়া তুমি কাপোৰ বেপাৰত ফুৰিবলৈ যোৱা, তেতিয়াই টার্গোৰ fish ঘৰত সিহঁতৰ বিয়া হৈ গৈছিল।"