এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
১১৫ মিলন-মন্দ্ৰিৰ
ঘৰত উপস্থিত হ’লগৈ 1 মার্গেবেট ঘৰ সোমোৱা মাত্ৰকে আটায়ে থিয় হ’ল | মার্গেবেটে ৰাজহংস গমনেৰে লয়-লাস কৰি ঘৰৰ মজ্জিয়াখন পাৰ হ'ল--তাকে কৰোঁতে মার্গেবেটৰ শৰীৰব দুর্বলতা ধৰা পৰিল । সেই দৃশ্য এলি আদি মতা মানুহ কেজনৰ চকুত ভাল নালাগিল যদিও কেথেবিণ আৰু মিছ কেটৰ মনত অপাৰ আনন্দ--অলপতে তেওঁলোকে জেবার্ডৰ সন্তানৰ মুখ দেখা পাব বুলি ৷
একবিংশ ayia! চিঠি
কেথেৰিণ আৰু মিছ্, কেটে ডেনিজ আৰু মার্গেবেটক যথোচিত অভার্থনা কৰিলে 1 ছুঈ চাব্ষাৰ কথাৰ পিছত মাৰ্গেৰেটে লাহেকৈ ভিতৰ cara cial চিঠি এখনি উলিয়াই সকলোৰে ফালে চাই মিনতি ভাৱে কলে,-- আপোনালোকৰ জেবার্ডৰ পবা এখন [চিঠি পাইছো1; মদি অনুমতি দিয়ে, তেন্তে পঢ়িব পাৰে ৷
সকলো! মাণ্ডি হ'ল । cea, চিঠি শুনিব বা খা-খবৰ পাবৰ নিমিত্তে আগৰেপৰ৷ তেওঁলোকৰ আগ্রহ জন্সিছিল-। অনুমতি পাই wie কোনল wa আৰম্ভ কৰিলে