মিলন-মন্দিৰ
যোৱাৰ পাচত cs সিহঁতৰ মেলত যোগ দিলেগৈ । এজনী গাভৰুৱে ডেনিজ্ৰ ওচৰলৈ আহি হীহি এটি মাৰি ধেমালিতে স্মুধিলেহি,--বাৰু, মোৰ নাম কি কোৱাচোন |
ডেনিজে টপৰাই উত্তৰ দিলে--“মাৰ্গেৰেট ৷” কাৰণ তেওঁৰ একমাত্র চিন্তা মার্গেবেট, মার্গেবেটৰ নাম মুখস্থ হৈছে 1
মার্গেবেটে আচৰিত হৈ কলে,_কি ! মোৰ নাম তুমি * কেনেকৈ জানিলা ? তুমি কোন ? তোমাৰ নাম কি? ক’ৰ পৰা আহিল| তুমি ?
cals নাম ডেনিজ | মই জেবার্ডৰ__
জেবৰার্ডৰ | মার্গেবেটে হাততে স্ববগ পালে । ডেনিজক কথা কবলৈ নিদি তেও একে উশাহতে ডেনিজক প্রশ্ন সুধিলে _জেবার্ড ! তেওঁ জীয়াই আছেনে ? তেও ক’ত আছে ? কি কৰিছে?
ডেনিঞ্ে গতি বিষম দেখি কিছু সময় মনে মনে থাকিল |
মার্গেবেটে আকৌ সুধিলে,_ বন্ধু, তুমি মোৰ পৰম হিতৈষী বন্ধু! কোৱাচোন কোব1_-সচাকৈয়ে জেবার্ড জীয়াই আছেনে ?”
ডেনিজে মূৰ জোকাৰি জোকাৰি নগৰৰ ফালে খোজ ললে | মার্গেবেটেও মন্ত্ৰমুগ্ধ ভেৰাৰ দৰে ডেনিজব পিছে পিছে খোজ ALA |
গাভৰুদলৰ Ass উৰুলি Ua. কোনোৱে--এতিয়াহে বেটীয়ে পালে; কোনোরেবা -বেছ, মিলিছে একেবাৰে মনে
খোৱ|- বুলি BiB বিদ্ৰুপ আৰম্ভ কৰিলে । ৮