সমললৈ যাওক

পৃষ্ঠা:মিলন মন্দিৰ.pdf/১২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৷ মিলন-মন্দিৰ ১৯২

নোপোরা! ডাক্তৰ কবিৰাঁজে চিকিৎস! ব্যৱসায় চলাব নোবাবিছিল 5 সেই দেখি মার্গেবেটৰ সেই কামো বন্ধ হ’ল | জাৱিকা নিব্্বাহত টান পৰাত শেহত তেওঁ ধোরাৰ কামত ধৰিলেগৈ ৷ তেওঁ ধোৱাৰ কামত বৰ পৈণত আছিল গুণে ৰোজগাৰৰ এটা নতুন উপায় ওলাল বুদ্ধ সৈনিক মার্টিনেও তেওঁক এই কামত যথেষ্ট সহায় কৰিছিল--এইদৰে তিনিও কোনোমতে দিন নিয়াবলৈ ধৰিলে ৷

ডেনিজে চেভেনবার্গেন আৰু অন্যান্য ঠাইত মার্গেৰেটক বিচাৰি বিচাৰি হাবাথুৰি খালে 7; ক’তো একো খা-খবৰ উলিয়াব নোৱাৰিলে ৷ অৱশেহত হতাশ হৈ তেওঁ বটার্ডমলৈ গ’লগৈ আৰু মনে মনে ঠিক কৰিলে--এয়ে শেষ । এই ভাঁবি তেওঁ ৰটাৰ্ডম নগৰৰ বাটে-ঘাটে, নৈৰ ঘাটত, নদীৰ পাৰত, পুখুৰী পাৰত, নিজৰা গুৰিত সকলোতে খাপ ললে।

দিনৰ পিছত দিন গ'ল, মাহৰ পিছত মাহ গ’ল, তথাপি মার্গেবেটৰ কোনো সন্ধান পোৱা নগ’ল । এদিন ছুপবীয়া টলৌ-টলৌটৈ ঘূৰি ফুৰোতে হঠাৎ তেওঁৰ চকুত পৰিল--এটা নিজৰাব ওচৰত কিছুমান গাঁভক-ছোরালী লগ লাগি হাহি খিকিন্দালিৰে খলকনি লগাঁই ধেমালি কৰি আছে | তাকে দেখি আমাৰ নৈনিকৰাজ ডেনিজে! এখোজ ছুখোজকৈ তাতে উপস্থিত হ’লগৈ আৰু ওচৰতে fay হৈ ছেগবুঞি সিহঁতৰ কথাৰ মাজত দুটি এটি কথা নুমাই দিবলৈ ধৰিলে । লাহে লাহে সিহঁতৰ লগত দুটি এটি কথাও সদাবলৈ ধৰিলে । কিছু সময়