সমললৈ যাওক

পৃষ্ঠা:মিলন মন্দিৰ.pdf/১২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১১১ মিলন-মন্দিৰ ৰ

ডেনিজৰ খঙে মূৰৰ চুলি পালেগৈ ! কলে,--কেনেকৈ মিষ্টাৰ জেবার্ডৰ সহধন্মিণী নোৰ হব পাৰে 2 খঙৰ কোবতে এই কথাষাৰ কৈ ডেনিজ গপ্‌গপাই বাহিৰ ওলাই গুচি গ’লগৈ |

বিংশ আধ্যা পত্ৰৰ গৰাকী

স্শিটাৰৰ লাহে লাহে মৃত্যুৰ দিন ওচৰ চাপিলহি ! MATH লগৰ ছোৱালাবোৰ্, সখীসকলে, ওচৰ-চুবুৰীয়া সকলে মাৰ্গেৰেটক ঠাট্টা বিদজ্ৰাপ কৰে; কাবণ জেবার্ডে গুপ্তভাৱে বিয়া কৰাঠ তেওঁক এৰি থৈ গৈছে ৷ দ্বিতীয়তে প্রচলিত ৰাতি- নীতি অনুসাৰে যি বিবাহ-পত্ৰ faa হয়, সেইখন ছোৱালীৰ লগত থাকিব লাগে; কিন্তু সেই বিবাহ ,খতখন মার্গেবেটৰ লগত নাই 1 সেইখন জেবার্ডে বুকুত সাৱটি লৈ গৈছে ৷ তদুপৰি মার্গেবেটৰ গাত সন্তানৰ লেঠা । গতিকে তেওঁৰ পক্ষে চেভেনবার্গেনত ঠাট্টা বিদ্রুপৰ মাজত বাস কৰা অসহনীয় হৈ উঠিল | একো উপায় নেদেখি তেও gpl বাপেকক লগত লৈ বটার্ডমত থাকিলগৈ | তাত কিছুমান দিন বাপেকৰ সহায়ভ ডাক্তৰী ব্যৱসায় কৰি জীবিকা উপিয়াইছিল; কিন্তু আজি কালিৰ দৰে তেতিয়াও কোনো ডিগ্রী বা লাইছেন্স