সমললৈ যাওক

পৃষ্ঠা:মিলন মন্দিৰ.pdf/১১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১০৯ মিলন-মন্দিব্

মনে মাৰ্গেবেটৰ waa! কৰি বাট চাই বহি থাকিল। কিছু বেলিৰ মূৰত মাৰর্গেৰ্টেৰ সংজ্ঞা আহিল,-সুস্থিৰ হ’ল |

মার্গেৰেটে চেতনা পোৱাৰ পিছত কেথেৰিণে মার্গেৰেটক ধন্যবাদ জনাই ঘৰলৈ গ’লগৈ | ঘৰ সোমায়েই দেখে যে সেই দিনা দেখা সৈনিক জন চকী এখনত বহি আছেহি 1 কেথেৰিণ ঘৰত সোমোৱা মাত্ৰকে ডেনিজ থিয় দি তেওঁক নমস্কাৰ জনালে | তেওঁ ডেনিজৰ মূৰৰ পবা ভৰিলৈ চাইলোৱাৰ পিছত আচৰিত হৈ সুধিলে__ --তোমাক ইয়াত কি লাগে ? --মার্গেবেট ates বিচাৰি আহিছো", মেডাম, | --কোন মার্গেবেট ste অ’ আমি সেইবোৰ মার্গেৰেট টাৰ্গেৰেট একো নাজানো ।

ডেনিজৰ খং উঠিল, কলে,__মেডামও আপুনি নিশ্চয় মার্গেবেটক জানে, মিছা কৈছে আপুনি ৷ জানো নামটে! | তায়ে মোৰ জীৱনৰ সৰ্ব্বস্ব জেবার্ডক হেৰুৱাইছে | ডেনিজে কোমল মাতেৰে স্ুুধিলে--মেডাম, | অনুগ্ৰহকৈ তেওঁ অন্ততঃ কত থাকে, তাকে কওক | কেথেৰিণৰ আকৌ সেই মূর্তি ! গম্ভীৰ ভাৱে তেওঁ কলে,--সেইবোৰ মই নাজানো আৰু জানিবৰো কোনো আৱশ্যক নাই ৷ ~ আপোনালোক ইমান নির্দিয়! মই আপোনাৰে বোৱাৰীয়েক মাৰ্গেৰেটক বিচাৰি হাবাথুৰি খাই ফুৰিছেণ তথাপি তেওঁ