মিলন-নন্দিৰ ১০৮
আপোনালৌকৰ মই চিৰ ধৰুৱা | সেই মৰম, সেই চেনেহ মই কেনেকৈ পাহৰিম ! হৈ
কেথেৰিণে বুকুত হাতখন দি হুমুনিয়াহ কাঢ়িবলৈ ধৰিলে |
গাভৰু--মেডাম, তাৰ পিছত এই হাতৰ ছবিখন | ইয়াৰ পৰা বুজিব পাৰি যে তেওঁ আপোনালোকৰ পৰা বিদায় মাগিছে |
কেথেৰিণে চকু-পে1 টুকিবলৈ ধৰিলে। তাৰ পিছত লিখিছে_ ছিত্রাণ্ড আৰু কৰ্ণেলিছ, | তহঁত wea থাক কিন্তু তহঁতে মোক এনেকুৱা কৰিব নালাগিছিল, সেই বাবে তহঁতে আৰু এই ছূর্ভগীয়া জেবার্ডক দেখা নাপাবি ।
কেথেৰিণ--হী, কি লিখিছে আইটি ?
তাৰ পিছত লিখিছে--
= মৰমৰ আইটি কেট! তুমি মোৰ জীৱনৰ চাকি | তুমি তেওঁৰ প্রতি ( অর্থাৎ মার্গেবেটৰ প্রতি ) মৰৰ চেনেহ নেৰিবা দেই | মই নিৰ, fata, fates; নহলে তেওঁক তেনেকৈ এবি আহোনে ? আহ| কেট | তুমি তেওঁক নেৰিব৷১ তেওঁক কোনে! মনোকষ্ট নিদিবা। মোৰে শপত কেট! তেওঁক দুখ দয়ামানে মোৰ মনত আঘাত দিয়া; তেওঁৰ কষ্টই মোৰ মৃত্যু জানিবা।
গাভৰুজনী থিৰেৰে থাকিব নোৱাৰিলে, তেওঁ সেইপিনে মূৰ্চ্ছিত হৈ পৰিল, আৰু পঢ়িব নোৱাৰিলে । কেথেৰিণ অবাক ! আথে-বেথে উঠি গাভৰুজনীৰ মূৰটো কোলাত স্থমুৱাই লৈ বিচিবলৈ ধৰিলে | কেথেৰিণৰ মনত নানান ভাৱৰ উদয় হ’ল-- | তেওঁ ভান-আইকৰ উপস্থিতি কামনা কৰি চিন্তিত