সমললৈ যাওক

পৃষ্ঠা:মিলন মন্দিৰ.pdf/১১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মিলন-মন্দিৰ্ব Doe

পালেগৈ । তেওঁৰ গা শিয়'ৰি উঠিল__সন্মুখত ঘোব অৰণ্য । চৰাই চিৰ্কতিবোৰে ঘূৰি ঘূবি নিজ নিঞ্জ বাহলৈ উভতিছে | নিশাচৰবোৰে চিকাৰৰ সন্ধানত গাওঁ-ভূইলৈ যাবৰ আশাৰে ঘোৰ অৰণ্যৰ মাজৰপৰ| ওলাই বাহিৰত ভুমুকি মাৰিছেহি। Ge দেখিলে যে সেই থোৰ অৰণ্যৰ মাল্দি এটি WIGAN বাট | মানুহ এজন কোনোমতে যাব পাৰি, দুয়োকাষে বাহ যেন নল-খাঁগৰি, গছ-গছনি। আকৌ তেওঁ শুনিলে--হাবিৰ ঠিক অন্য পাৰে যেন মানুহৰ কোলাহল; হাবি পাৰ হলেই মানুহেবে ভৰপুৰ গাওঁ-ভূই। পাছৰ ফালে চাই দেখে--প্রায় ভিন চাৰি মাইল জুৰি মুকলি পথাৰ | তেওঁ এই সন্ধিয়া সময়ত যায় ala? তেওঁ দোমোজাত পৰি অনেক ভাবিলে, অনেক চিন্তিলে | —fa জীৰন পিতৃ-মাতৃৰ কাজত নালাগিল, যি জীৱন দেশৰ দহৰ কামত নাপাগিল--সেই জীৱনৰ প্রয়োজন কি ? যাওক এই ছাৰ জীৱন | কিন্তু মার্গেৰেট ! সেই প্রাণাধিক প্ৰিয়তম! মাৰ্গেৰেট | আকৌ কিছু সময় নীৰৱে থাকি নিজে নিজে কৈ উঠিল,- নহয়, সেই মার্গেৰেটেই এই ছুগর্তিৰ মূল। এই বুলি তেওঁ নিজ বাটত আগবাঢ়িল ।

বনৰপৰ| মুকলি পথাৰ আৰু মানুহৰ আশ্রয় পাবলৈ বেছি দূৰ নাই, আৰু ছুই তিনি মিনিটৰ বাট গলেই বনৰ পাৰ পায়গৈ | এনেতে ভয়ঙ্কৰ সিংহ এটা তেওঁৰ আগতে ওলালহি | জেৰাড'ৰ চুলিৰ আগেদি জীউ গ'ল | কিংকর্তব্য-