মিলন-মন্দিৰ্ৰ ৯৮
চিঠি সলাবৰ নিমিত্তে তেওঁ fers আক কর্ণেলিছক বথোপ- যুক্ত পুৰস্কাৰ আৰু পৰামৰ্শ দি বিদায় দিলে । সিহঁত ছুয়ে! চিঠি পৰিবৰ্ত্তন কৰিবৰ নিমিত্তে নানা চেলু বিচাৰিবলৈ ধৰিলে । ভান' আইকৰ বন্ধু মেম্লিঙে কাপোৰ-কানি বান্ধি থৈ খাবলৈ বহোতে সিহঁতে সিহঁতৰ কাধ্য সিদ্ধি কৰিবৰ নিমিত্তে এবাৰ চেষ্টা কৰিলে, কিন্তু নোৱাৰিলে | যেতিয়া মেম্.লিঙ ওলাই" গ'ল তেতিয়া সিহ'তে তেওঁক মাজ বাটতে আগচি ধৰি চিঠিখন জোৰকৈ কাঢ়ি নিলে আৰু তেওঁৰ হাতত আন এখন চিঠি দিলে। তাঁত লিখা আছিল ঃ-- atta জেৰাড? বৰ দুখৰ বাতৰি_জনাবলৈ বেয়া! লাগে-_সাহস নহয়, বুকু কঁপি উঠে | কিন্তু কি কৰিম! নিয়তিৰ লীলা ! তোমাৰ ‘ প্রাণ-প্রতিমা মার্গেৰেট ব্ৰাণ্ড আক ইলগতত নাই । যোৰা বৃহস্পতিবাৰে গধূলি ৪ বজাত তেওঁ সিপুৰীলৈ যাত্রা কৰিলে। মই নিজে আগত থাকি সমাধি কৰাইছে1। কি কম জেৰাড" | প্রাণে নসয় ৷ তেও মৰিব সময়তো কেৱল “জেৰাড' | প্রাণৰ জেৰোড' ||” বুলিহে প্রাণ এৰিলে ৷ সেই দেখি তুমি ইটালীকে তোমাৰ মৃত্যু ঠাই ভাবি জন্মভূমি টাৰ্গে৷ আৰু চেভেনবার্গেনৰ কথা পাহৰি পেলোরা 1 সকলো! কথা, সকলো ভাব অন্তৰৰ পৰ| মচি পেলোরী ৷ তোমাৰ হিতাকাজ্কিনী__ RIAA -ভান্-আইক.