এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
যোড়শ আধ্যা
বিদায়
স্বীতি পোহৰ হ’ল। পিছদিনাখন তথাপি ডাইৰিকহঁত উলটি নহা দেখি ঘাইছত্ৰেটে নিজে ছটা চিকাৰী কুকুৰ লগত লৈ চেভেনবার্গেনৰ ফালে খোঞ্জ ললৈ ! ( 81069 hounds— এই চিকাৰী কুকুৰবোৰে মানুহৰ বা ভন্তৰ তেজৰ গোন্ধ অনুসৰণ কৰি চিকাৰ খেদে । ইহঁতৰ হাতৰপৰা সাবিবৰ উপায় পোৱা
, টান। যি বাটেবে যোৱা যায়, পিহঁতে সেই ঝাঁটকে বিচাৰি
উলিয়ায় । কোনোৱা নেদেখ৷ ঠাইত লুকাই থাকিলেও সিহঁতে তেজ্ৰ গোন্ধ পায়, এতেকে সিহঁতে সেই ঠাই এৰি হঠাতে কলৈকো নাযায়) বাটতে দেখে যে ডাইৰিকহঁতে এখন মদৰ - "দোকানত Gai দেরী Aoi কৰি চকু ধুলধুলীয়া কৰি বাগৰা- বাগৰি লগাইছে | ঘাইছত্রেটৰ বুকু কঁপি উঠিল, face গদগদকৈ কলে--খালে, খালে, ইহঁতে মোক খালে মোৰ সর্বনাশ কৰিলে । তেওঁ তাত wera] ala একেবাৰেই চেভেনবার্গেনত বুদ্ধ পিটাৰৰ ঘৰত উপস্থিত ই’লগৈ |