পৃষ্ঠা:মালিকা.pdf/৩২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে



হৃদি যমুনাত
ভাবৰ গোপীকা।
      কৰিছে জল কেলি
জীৱন আলোৰে
মৰণ তিমিৰে
      যায় লুকা-লুকি খেলি।


⸺*⸺