পৃষ্ঠা:মালিকা.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

হৃদি যমুনাত
ভাবৰ গোপীকা।
      কৰিছে জল কেলি
জীৱন আলোৰে
মৰণ তিমিৰে
      যায় লুকা-লুকি খেলি।


⸺*⸺