মাতৃ | ৮৭
ছুধ ভাগৰে তাৰ গোটেই শৰীৰ অৱশ কৰিলে । জোনৰ পোহৰত aay পোহৰৰ লহৰিবিলাকেও বেন তাৰ কাৰণে শোকৰ গীত asal কৰিছিল। তাৰ অন্তৰৰ দুখৰ বোজাটো দেখি যেন প্রকৃতিয়েও মুগ আমোলাই পেললে। এনেতে টোপনিয়ে তাৰ চেতনা হৰণ কৰি
কোনোবা ধুপুৰিলৈ লৈ গ’ল। বে দিনৰ শ্ৰমৰ অন্তত -তাৰ হাত ভৰি- নিল!কে বিশ্ৰান লভিলে আক ভয় সংশয় দুখ-শোক আৰু স্মৰণ শক্তি লোপ পোরাৰ লগে লগে শীতল পাটীত পৰি পি ৰাতিটোৰ বাকীখিনি সময়ৰ কাৰণে দেহ শত কৰ। টোপনিৰ আশ্ৰয়" ল'লে।
দেওবাৰৰ দিনা গীৰজ্জলাবৰত উপাসনা অইন দিনাতকৈ, পলমে হয় ॥ পলে কিন্তু সদায় একে সনয়তে গীৰ্জ্জালৈ যায়। সেইদেখি তাৰ মাকে ‘আন দিনৰ জোখাতে তাক মাত লগালে।
সি কেইথণ্ট৷মান ভালকৈয়ে শুণে ৷ টোপনিত সমাজিক এটাও দেখা নাই । সাৰ পালত ৰি মূৰটো শুদা শুদ| লাগিল। তাৰ আকৌ শুই থাকিবব বৰ ইচ্ছা হল কিন্তু ইফালে galas মাকে খুন্দিয়াবই লাগিছে ৷ গীঞ্জালৈ বাব লগীয়া কথা তেতিয়াহে তাৰ মনত পৰিল। ভয়তে আধামবা যেন হৈ তেতিয়াই সি খোজ পগে।,
তাৰ একেট| মাথোন চিন্তা “এগ.নিছে গীৰ্্জালৈ আহি ৰাইজৰ মাজতে মোক ota দিবহি |"
কেনেকৈ কর নোৱাৰি, টোপনিতে তাৰ মনত দুঢ় পাৰণ| হল যে তাই কণা মতে কাম কৰিবই।
fa কপি কঁপি চকীখনত থপক্ কৰে বহিল ৷ তাৰ দ্তচকুৱে ধুৱলি wah দেখিলে। এই দুৰ্যশটো এতিয়াও গুচাব পাৰিনে নোৱাৰি, সি ভাবিলে। নবি পৰাৰ ভাও জবি গীৰ্চ্জালৈ নোযোৱাকৈ ভানে। গাকিব নোৱাৰি? দিন পালে থেণ পায়, বুলি কর়। ইতি মধ্যে এগ নিছব