সমললৈ যাওক

পৃষ্ঠা:মাতৃ (উপন্যাস).pdf/৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৮৩

By a

৫১৩)

গলে আকৌ ঘৰৰ পিৰালিত ভৰি দিলেছি। এতিয়া বিপদ পাৰ ছৈ গ’ল। অন্ততঃ তাৰ শঙ্কা গুচিল।

পি নাকৰ দ্ুবাব-ডপিত 'অলপ ৰৈ মনতে ভাবিলে, এগনিছৰ লগত দেখা হোৱা আক তাই সমাজৰ IAS আঁক লাজ দিবলৈ ৱুমিওৱাৰ বাতৰিটো alee নোকোৱা ভাল নহব। মাক কিন্তু তেতিয়| টোপনিত। সেই দেখি সি আৰু নবল। পুতেকৰ আৰু একো বিপদৰ আশঙ্ক| নাই বেন ভাবি তেওঁ নির্ভরে শুব লাগিছে|

নির্ভর! সি তাৰ কোঠালীৰ কেউফালে চকু ফুৰাই লণে, যেন পি বহুতদিনৰ মূৰত বিপদীয়| বাত্ৰাৰ পৰাহে, উভতি আহি ঘৰ পাই- ছেহি। ঘৰ তেনেই নিজম, সকলো। বস্তু খত থাকিব লাগে তাতে আছে। ভানোচা সেই শান্তি ভঙ্গ হয় এই ভয়ত সি. কাপোৰ সলাওঁতেও হাতত সাৰে ভৰিত সাৰেহে ইফাল সিফাল কৰিছিল। Cre থকা কাপোৰবোৰৰ BL বেৰত পৰিছিল; কিন্তু কাপোৰবোৰৰ ছ'ত কৈও wal, তাৰ ওপৰতে কাঠৰ হাকোটা এটাত থোৱ| ‘তাৰ টুপীটো। চোলাটোৰ ete ছুটা ওলমি পৰি আছে, যেন বৰ ভাগৰতহে ৷ এই আটাইবোৰ বস্তৱেই তেজমাংশহীন কানা, ভূত বেন হৈ তাৰ মনত ভয় সুমাই দিছিল। বি পাপৰ পৰা সি আজি নিজকে 'আতবাইছে, অথচ আকৌ কাইলৈ সংস‘ৰৰ বাত্রাত ঘি পাপে তাৰ পাচ লবলৈ থাপ লৈ আছে, এইটে। যেন ভাবেই RTI