৭২ _ আতি। ইয়ালৈ সেমাবলৈ দিয়া মৌৰ ভুল tee, নি ভনা দৰে ‘আপোনাক এতিয়া নৈতিক সাহ দিলে তেওঁনো প্রথমতে আপোনাৰ চকু মুকলি কৰি নিদিলে fen? মই কোনো দিন| আপোনাৰ ste ভৰি frat নাছিলো| ৷ কিন্তু আপুনি মোৰ বৰঘৰৰ ভি লৰাৰ পুতলাৰ দৰে মোক হাতত তুলি লৈ আপোনাৰ অভিকচিমতে ধেমালিৰ সঙ্গিণী কৰি ললে। আৰু afer মই কৰিম কি? মোক এই কথণ| বুজাই fave আপোনাৰ eal মই পাহৰিব নোৱাৰে| । ‘আপুনি গল ৰাতি যেনেকৈ মোৰ লগত পলাই বাবলৈ পাঙিছিল সেইদৰে বাবই লাগিব নহলে:.- .-..."
“নহলে কি হ'ব?”
এগনিছে আৰু সমিধান নিদিলে। তাই কেবল থক্ থক্ কৰে কপিছিল। সংসাৰ-স্ুখৰ লাহৰি মূৰতিখন ভাগি যোৱাৰ লগে লগে তাই বাউলী হ’ল! তাইৰ মুখত এতিয়| কোন ফুটে তাই নিজে তাৰ বুজ নেপায় ।
পলেও মাতিব নোৱাৰিলে। তাই তাৰ বিষয়ে ঘি কথা কলে তাত জানো অলপো ভী আছে? সি তাইক যেনেকৈ বুজনি দিব খুজিছিল, তাত সচাতকৈ মিছাৰ ভাগ সবহ। তাই এতিয়া তাৰ হাত of এনেকৈ “aaj মাৰি ধৰি আছে নে তাৰ বিপুল শজ- তিয়েও পৰ|ভৱ মানিছে। :
এনেতে এগনিছে ইখন হাতেৰে ছর়োটি চকু ঢাকি লৈ বীৰে ধীৰে ক’লে “হে দয়াময় ! তুমি যদি দৰাচলতে বিৰাজ কৰিছ|, তেনেহলে এনেকৈ এৰাএৰি হবলৈকে আমাক মিলনৰ স্থযোগ দিছিল| কির ?” তাৰ গিচত পলব মুখলৈ চাই কলে “আপোনাৰ অন্তৰত মোৰ প্রতি চেনেহ অটুট আছে। সেই দেখিয়েহে আপুনি আছি মোৰ ওচৰলৈ
. ff
তব CUA
কি কথা