৭ ay
শিকলিগছ জোৰা খালে৷ ‘আজি অপাৰগ হ'ল। ইয়াৰ পিচত পলে এগনিছক ক’বলৈ ধৰিলে “এগনিছ গ'ল ৰাতি আমি আমাৰ সর্দনাশ কৰিবলৈ আগ বাটিছিলেশা। Bea আমাক এই পিছল বাটত এৰি বং চাইছিল। কিন্তু আজি সেই গৰাকী পুৰুষেই আমাক সজ বুধি দিছে। আমি নৰকৰ জুইত কেতিয়াও জাপ নিদিওঁ, এগনিছ’” এগনিছৰ নাম মুগত ওলালতে পণয়ৰ অনু- প্রেবণই তাক ব্যাক্ল কৰিব খুজিলে আক থোকা-থুকি মাতেৰে আকৌ ক’বলৈ ধৰিলে * তুমি হ’বল| ভাবিছা যে এইদৰে কওঁতে মই কষ্ট নেপাওঁ? মোক বেন কোনোবাই জীয়াই জীয়াই গাতত পুতি থলে? 'আক মই বিমান যন্ত্ৰণা ভূগিছো| সি যেন চিৰদিনলৈ মোৰ লগ নেবে! কিন্তু এই সকলো! দুখ তোমাৰ ভালৰ হকে মই অকাতৰে সহিবলৈ ওলাইছেশ!। এগনিছ sift gal বক্ ডাঠ কৰি এই জীৱন Tso জী হওঁ আইা। তোমাৰ স্মতিপটৰ পৰা মোৰ নাম তুমি একেবাৰে মে'হাৰি পেলাবা । কেতিয়াবা আচখিতে মোৰ well মনলৈ আহিলে ই এটা কু-সপোন বুলি ভাবিবা। তুমি যেন ভৈয়ামত বাট Grae অনাই-বলাই ঘৰি ফুৰোতে কোনো এটা পিশাচে সর্দন্ব লুটি-পুটি লৈ তোমাৰ ‘নিষ্ট কৰিবলৈ আগ বাঢ়িছিল: কিন্তু vata ঈশ্বৰে যেন তোমাক উদ্ধাৰৰ পথলৈ টানি আনিলে। এই বিলাক কথা এতিয়া হয়টো তোমাৰ অসহনীয় যেন লাগিব পাৰে। কিন্তু ‘অচিৰে তুমি বুজিব পাৰিব| মই কেনেকৈ তোমাৰ মঙ্গল চিন্তিছো | বেমাৰীক 'আকট| ওঁষধ গুজি খুৱাওঁতে আমি নিষ্ঠ,রতাৰ পৰিচয় দিওঁ সচা কিন্তু আনহাতে ইয়াৰ পৰা, ৰোগীয়ে জানো আৰোগ্য নলভে ?” এগনিছে অতপৰে একান্ত মনে পলৰ কথাবিলাক শুনি আছিল।
তন তয়, কিন্ত ইমান আগবাঢ়িবলৈ পল