এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
“মাতৃ-পূজাৰ অৰ্ঘ্য”ৰ কাৰ্য্য়কাৰকসকলঃ—
শ্ৰীলক্ষেশ্বৰ শৰ্ম্মা বি-এল।
শ্ৰীৰোহিনীকান্ত বৰুৱা এম্-এছ্-ছি, বি-এল।
শ্ৰীবিৰিঞ্চিকুমাৰ বৰুৱা বি-এ ( সম্পাদক )।
যোৰহাট অন্নদা প্ৰিণ্টিং-হাউচত
শ্ৰীসতীশ চন্দ্ৰ ব্ৰহ্মচাৰীৰ দ্বাৰা ছাপা হ’ল।