সমললৈ যাওক

পৃষ্ঠা:মাতৃ (উপন্যাস).pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৬
মাতৃ।

ইফালে সিফালে তথাপি চকু ফুৰাই চালে। ই সপোন যদিও সেই পুৰোহিতজনৰ প্রেতাত্মাটো উলটি যোৱাৰ সময়ত তাৰ ভৰিৰ খোজৰ শব্দ শুনা তেওঁৰ ভালকৈ মনত আছে। কল্পনা ডাঠ হৈ গ'ল তাক আৰু কল্পনা যেন নেলাগে, সত্যৰ লগত ই তেতিয়া সমানে ফেৰ পাতিব খোজে।