সমললৈ যাওক

পৃষ্ঠা:মাতৃ (উপন্যাস).pdf/১০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

“= পল গীৰ্জাঘৰ পালেগৈ ।

Batra কৰা ঠাইত ভালেখিনি মানুহ জুন বান্ধি আছিল। তাৰে কিছুনানে নিজে wal পাপৰ পবা মুক্ত হ'বৰ কাৰণে পৰাচিত হ'বলৈ , বাট চাই আছিল।

॥ সি আস’ নত বহিবলৈ যাঙঁতে তাৰ গাৰ হলৌ চে'লাটোৰে এগনিছ

পলৰ অন্তৰত জুই কুৰাই দহিবলৈ এবা

বহ| আসনগখনত থঘহন| খাই গৈছিল। এগনিছ far

আসনত বহে

সেইখন সিহঁতৰ সাতাম eA আসন। সেই আ বহি তাইৰ উপৰিপুৰুষ সকগেও উপাসনা কৰিছিল । পলে সেই ঠাই ঢুকুৰাৰ পৰা

তাৰ বহা ঠাই কিমান নিলগ হ’ব, চকুৰ উমানেবে মনে মনে CAA লালে ।

"এগনিছে মোৰ কেৱেঙ্ক'ৰি জনাজাত কৰি মোক মাধ মাৰ সোধা- বলৈ faa দিয়াৰ আগতে মই মণিকুট

সোনাই আহিব পাবে)” এই বুপি মনে কৈ সি মণিকূটৰ ভিন মোম|ল।

"এণ্টিয়কাছে ততালিকে পণৰ ওচৰলৈ গৈ পলক সাজপাৰ সলাবলৈ সহায় কৰিলে। আগৰাতি এটিরক্চাছৰ ওপৰত = গধুৰ জাৱনৰ বোলা দিয়| কাৰণে jaa আছি তাৰ“ মুখখন আৰু চৰুুৰি আগতকৈ গহীন হৈছিল। কিন্তু সেই গম্ভাবত। বেচি পৰ নেথকিল।

ৰাতিপুৱাৰ উছৱত তাৰ মন আনন্দেৰে উপচি পৰিল, আৰু তাৰ মুখতো

এ 2 গীৰ্ক্ষ'মৰৰ একোঠাহ পুৰোহিতৰ meta আক sate সদুলি খোৱা wae মনিকুট ( Sacristy ) বোজা হৈছে ? &

2 #3