ৰ : মাতৃজাতি vo কৰি সকলোৰে মধম টানি আনে ৷ ৰজাৰ জীয়েক সাব- জীব afer বনবাসী সত্যবানৰ লগত বিয়| হয়, তেতিয়। তেওঁ বহুমূলীয়| সাজপাৰ এৰি বাকলি পিন্ধি সন্ন্যাসিনীৰ দুখে ব্যৱহাৰ কৰি শাহু-শহুৰৰ মৰমৰ পাত্রী হয়। যদি তুমি সকলোৰে মবম পাব খোজ৷ তেনেহলে পিন্ধাই-উৰাই বোৱাই-বোৱই কোনে। বিষয়তে ঘৰৰ আন মানুহ বোৰতকৈ ওপৰত নেযাব| ! অসমীযর্ন। তিৰোতাৰ সাজপাৰ--অসমীয়৷ তিৰোতাৰ সাজপাৰ মোব চকুত বৰ ভাল লাগে 1 এই সাজ পিন্ধা জনীক গহীন আক সুন্দৰ দেখি। মহাত্মা গান্ধীয়ে আসা-- মলৈ আহোতে অসমৰ তিৰোতাৰ সাঞ্জপাৰক বৰকৈ প্রশংসা কৰি গৈছিল । ভালকৈ ভাবি চালে ইয়াৰ দামো কম ৷ এযোৰ মুগাৰ বিহা-মেখেলাই বিমান দিন যায়, বঙালী শাবী এখনে তাৰ চাৰি ভাগৰ এভাগ দিন যায়নে নেযায় সন্দেহ । তাৰোপৰি ই বৰ ga ৰাখে। তথাপি এই সাজ পাৰ এৰি আজিকালিৰ তিৰোত৷ একোগৰাকীয়ে যি সাজপাৰ পিন্ধিব ধৰিছে, সি আমাৰ যে জাতীয় সাজ নহয়েই তহ্পৰি আন কৌনো দেশৰ তিৰোতাই তেনে সাজপাব পিন্ধ৷ মোৰ বোধ নহয়। প্রায় সকলো তিৰো- তাই অসমৰ জাতীয় মেখেলাখন ঠিক ৰাখিছে--যদ্লিও বহু সময়ত দেখা যায় যে বঙালী শাৰী কাটিহে বিহা মেখেলা কৰিছে। তাত বাদে গাত পিন্ধ৷ আন সকলে| বিদেশী,
' শশা