LY মাতৃজাতি ন
Aer লগে থাকিলে ইজনে, সিজনক ইচ্ছা কৰি সহায় কৰিলেহেঁতেন বেলেগ হলেই ভাই ভাই বহুত ঠাইত
শত্ৰু হয়। পবিয়ালক একে লগে ৰাখে--মবম আৰু স্বার্থ ত্যাগৰ
aaa যেতিয়| দেখা যায় যে পৰিয়ালত সেই ছুটিৰ অভাৱ হৈছে, তেতিয়া হাই কাজিয়| নকৰাকৈ বেলেগ হোৱা উচিত 1
কিছুমান অতি স্বার্থপৰ ভাই ককায়ে আনবোৰৰ মবম আৰু স্বাৰ্থত্যাগৰ সুবিধা লৈ নিজকে অৱস্থাপন্ন কৰিবৰ চেষ্টা কৰে ।:
কপটত| দেখিলে ভাই ভাই বেলেগ হোৱা ভাল, নহলে share তাৰপং| বহু বেছি অনিষ্ট হোৱাৰ আশঙ্কা থাকে । বহুতে লগে থকা পৰিয়ালখ দোষ উলিয়াই কর যে, ই আমাৰ আৰ্থিক অৱনতি কাৰণ; কিন্তু মোৰ মনেৰে সি নহয়। আদর্শ জুটীয়| পৰিয়াল উন্নতিৰহে কাৰণ তাৰ দৃষ্টান্ত স্বৰূপে ‘চোৱা আজি জাপানে শিল্পবাণিজ্য প্রভৃতিত পৃথিবীৰ ভিতৰত শ্ৰেষ্ঠঅথচ জাপনত আমাৰ দৰে ভাই ককাই একে পৰিয়ালতে্ বাস কৰে। ভাই ককাই বেলেগ হোরাৰ কাৰণ (১) ভাই ভাই বেলেগ হোৱাৰ মূলত বহু সময়ত তিৰোত৷ | বহুত - তিৰোতাই ভাবে যে গিৰীয়েক তেওঁৰ স্বোপাৰ্জ্জিত সম্পত্তি আক তেওঁৰ মৰম, আক. আর্জনব ওপৰত আনৰ কথা gas থাওক, তেওঁৰ বাপেক মাকবে| হাত নাই। সেই বিলাক তিঝোভাই যেতিয়া দেখে বে তেওঁৰ গিৰীয়েকে