সমললৈ যাওক

পৃষ্ঠা:মাতৃজাতি.pdf/৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মাতৃজাতি _ ৭৯ মিলি জুলি থাকিব পাৰিলে ডাঙৰ পৰিয়াল বৰ স্থুখৰ ৷ মিলি জুলি থাকিব লাগিলে প্রত্যেকে নিজ নিজ স্বার্থ ত্যাগ কৰি সমূহৰ হিতার্থে কাম কৰিব লাগিব, এজনৰ ত্রুটি বা দোষ আনবিলাকে সহজে সহ্য কৰিব লাগিব, আভ্জোতা জনে SSI GI জনৰ খৰচ যোগোরাত আপত্তি কৰিব নালাগিব আৰু প্রত্যেকে নিরমান্থবর্তী আক কর্তব্যপবায়ণ হব লাগিব। এনেকৈ থাকিব পাৰিলে লগে-থকা পৰিয়াল বৰ BAA! বহু মানুহ একেলগে থাকিলে সময়ে সময়ে কিছুমান মানুহ এলেহুৱ৷ হয়, আনৰ উপাৰ্জ্জনৰ পবা খাব-বব পাই, নিজে কষ্ট কৰি অৰ্জ্জাত বিমুখ হয় । মানুহৰ অবস্থা কচু পাতৰ পানীৰ দৰে চঞ্চল । আজিব _ ৰজা কালি বাটৰ ভিকহু । এই কথা মনত ৰাখিলে AIS TSI জনে আৰ্জ্জব নোৱাব| জনৰ খবচ যোগাওঁতে কাতব্‌ নহব-- কারণ হঠাৎ তেওঁ মৰিলে বা আজ্জিব নোরাবা হলে, লগে থাকিলে পৰিয়ালৰ আনবোবে তেওঁৰ লৰ| তিৰোতাক

পুহিব। টকা আর্জিব নোৱাৰ৷ , পৰিয়ালৰ মানুহৰ পৰা
ধিখিনি কাম পোৱা যায়, আনে বহুত টকা পইচ| খবচ কৰিও

তেনে কাম নাপায়। সদায় দেখা পাবা ভাই ভাই বেলেগ হোৱাৰ পিছত এজনৰ অৱস্থা অতি হীন হৈ তেওঁৰ পৰিয়ালক পোহপাল দিব নোবাবা হোৱাত, আন অৱস্থাপন্ন ভাই ককাই

হৈ গলে মানুহ বৰ বেছি স্বাৰ্থপৰ হৈ যায়। কিন্তু মিলা

+;

সকলে তেওঁক অলপে৷ সহায় নকবে। কাৰণ এবাৰ বেলেগ