পাতনি
শিক্ষা আক চৰিত্ৰ গঠনেই হৈছে মানৱ জীৱনৰ উন্নতিৰ ঘাই স'জুলি । সৎ শিক্ষা হলে জ্ঞান হয় আৰু জ্ঞান হলেই আত্মোন্নতি সাধিব পাৰি । শিক্ষা যেই সেই বস্তু নহয় | সৎ শিক্ষাত মানুহৰ মনুষ্যত্ব বিকাশ ৷ শিক্ষা আৰু জ্ঞান হীন হলে জীৱনৰ অপূৰণ অবস্থা বুলি ভবা যায় | নাৰী পুৰুষ উভয়ৰে সৎ শিক্ষা একান্ত দৰ্কাৰ ৷ মুনিহ তিবোত| উভয়ৰে মূলনীতি একে হলেও প্রাকৃতিক আক সাংসাবিক হিচাবত শিক্ষাৰ গঢ়গতি বেলেগ ভাগে ভগোৱা ৷ * বিশ্ব নিয়ন্তাই একে আত্মাকেই স্থষ্টি কৰেশোতে নাৰী আৰু পুৰুষক ছুই ভাগে ভগাই wa বিকাশ কবিছে ৷ সেই দবেই নাবী পুকষব গঠন সঁজুলি চৰিত্ৰাৱলীব বেলেগ ভাগেৰে গঢ়িছে; ৰিজাই চালেই উপলব্ধি কৰিব পাবি | মুনিহ আক তিবোতাৰ মাজত কায় আক মনব পাৰ্থক্য কি? ভগৱানে যেন তেওঁৰ A গোটেই খন কেৱল ছুভাগেহে বিভক্ত কৰিছে--মুনিহ আৰু তিবোতা । জগতৰ যি কোনো এটা থকা বস্তু লক্ষ্য কৰিলে দেখিবলৈ পোৱ৷ যায়-- প্রকৃতি আৰু পুৰুষ ৷ সেই বুলি বিবাট সত্যটে৷ কি? বিভেদ নে অইন কিবাহে ? নহয়, তেওঁৰ উদ্দেশ্য সংযোগ হে; পুৰুষৰ স্থষ্টি কঠোবতাৰ নিমিত্তে আৰু প্রকৃতিৰ