সমললৈ যাওক

পৃষ্ঠা:মাতৃজাতি.pdf/৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

8 মাতৃজাতি ৭১

লব। অতি আত্মসন্মানহীন নহলে, তিৰোতাজনীক হাজাৰ

বা অপমান সহা নকৰে; তাৰ বাবে তিবোতাক সহজে ক্ষম| নকৰে। সেইবাবে স্বামীৰ আদৰ পাবৰ নিমিত্তে হলেও তেওঁৰ মাক বাপেকক তিৰোতাই অনাদৰ কৰা, উচিত নহয় । সংসাৰত এনে TA কুপাৰ পাত্রও বহুত আছে, যি সকলে অসৎ তিৰোতাৰ তুষ্টিৰ বাবে বাপেক মাকক অপমান কৰে আক তিৰোতাৰ হতুৱাইও ‘তেওঁলোকক অপমানিত কৰাই নিজে গৌৰৱ অনুভৱ কৰে। মনত এইতে৷ দৃঢ় ভাব.কৰি ‘লব| যে তোমাৰ শাহু-শহুৰ কোনো কাৰণেই তোমাৰ অনাদৰ বা অসন্মানৰ পাত্ৰ হব নোৱাৰে | তেওঁলোক তোমাতকৈ তোমাৰ মতে অশিক্ষিত বা পুৰণি ধৰণৰ হলেও তেওঁলোক FFE সময়তে তোমাৰ মান আৰু ভক্তিৰ পাত্ৰ |

তোমাৰ ভাই-শহুৰ তোমাৰ স্বামীৰ ককায়েক, গতিকে তেওঁলোক পিতৃতুল্য আৰু তেওঁৰ দৈণীয়েক তোমাৰ মাতৃতুল্য, সেই গতিকে তেওঁলোকে৷ তোমাব্‌ গুৰু, আৰু তেওঁলোকৰ লগত তুমি শহুৰ-শাহুৰ লাগত যেনে ব্যৱহাৰ কৰ| তেনে ব্যৱহাৰ কব! উচিত৷

তোমাৰ দেৱৰ তোমাৰ ভাইৰ দৰে; তেওঁৰ eter

তেগুলোকব লগত fal ভাই-ভনীব দৰে ব্যৱহাৰ কৰিব| |

বহুত সময়ত দেখা যায় যে ঘৰত এক৷ নশন্দসকলে ন.

RO

ভাল পালেও, তিবোতাৰ দ্বাৰা নিজৰ মাক বাপেকৰ অসন্মান =

আক ননন্দসকল তোমাৰ wale দৰে আৰু সেইবাবে =