মাতৃজাতি ৬ গিৰীয়েকে খাই উঠিলে নিজে খায়, গিবীক্সেকে কথা কব এৰিলে নিজে কথা কর, গিবীয়েকে থিয় হৈ উঠিলে নিজে উথে, আক গিৰীয়েকৰ প্রতি সদায় মন আক চকু থিৰ কৈ বাখি তেওঁৰ আদেশ পালন কৰে, সেই সভীক দেরতা সকলেও পূজা কৰে । এৱেঁই মোৰ আই, পিতা, বন্ধু আৰু পৰম দেৱত৷ বুলি যি তিৰোতাই Jefe শুশ্রাধা কবে, তেওঁ WE জয় কৰে । *
আই, তুমি ৰামায়ণ আৰু মহাভাৰত পঢ়িছিলা, এতিয়াও আহবি পালে মাজে মাজে সেই দুইখন কিতাপ পঢ়িব | পট়িবা। তাত বহুত সজ উপদেশ আৰু সজ দৃষ্টান্ত আছে। তুমি মহাভাৰতত পাইছ| যে দ্ৰৌপদীৰ পীচজনা স্বামী আছিল--যুধিষ্টিৰ, ভীম অর্জুন, নকুল আক সহদেৱ । তেওঁ পাঁচো জনৰ লগত এনে ব্যুৱহাৰ কবিছিল যে পাচো- জনে তেওঁক মৰম আদৰ কৰিছিল।
অৰ্জ্জুনৰ সখি Alewe (১৬০০৮) ষোল হাজাব আঠজনী থৈণীয়েক আছিল । তাৰে ভিভবত সত্যভাম| প্রধান ৷ দৌপদীয়ে পাচজন। গিৰীয়েফক এনেকৈ হাতৰ মুঠিত ৰখা দেখি cos অনুমান কবিলে যে দ্ৰৌপদীয়ে কিবা আহুদি বা মন্ত্ৰ তন্ত্ৰ জানে, তাকে শিকি Bees অকলে হাত
কৰিবৰ মনেৰে এদনি সত্যমাভাই দ্ৰৌপদীক স্থধিলে, “সখী,
মহাবীৰ পাঁচ পাণ্ডৱ জদীয় তোমাৰ হাতৰ মুঠিত, তুমি যি আহুদি ব| মন্ত্ৰ তন্ত্ৰেৰে সেই সকলক বশ কৰিছ৷, মোক
৩