Oi Nes মাতৃজাতি
আৰু তেওঁৰ উদ্ভণ্ডালি আৰু স্বেচ্ছাচাবৰ বাবে তেওঁৰ, সাধ্বী তিৰোতা আৰু নিৰপৰাধী লবা-ছোরালী বিলাক বাটৰ ভিকহু হব লগ| হয়, তেনেহলে এইটো নিশ্চয় মে যদি তেওঁৰ স্বামীৰ গাত অলপো মনুষ্যত্ব থাকে, তেনেহলে _ তেওঁৰ চৰিত্ৰ সংশোধন কৰিবই কৰিব। ঠাট্টা মন্কবা-যেনেকৈ স্বামী তিবোতাৰ গুৰু, তেনৈকে স্বামী তেওঁৰ বন্ধু, সবী আৰু লগৰী। সেইবাবে ঠাট্ট।-তামাচ। aque গিৰীয়েক ঘৈণীয়েকৰ ভিতৰত চলিব। কিন্তু তেনে কথাৰ, সময় অসময়, ঠাই-অঠাই আছে। এসময়ত fab) তামাচা হয়, আন সময়ত সি নিলজ্জতাব চিন হয়। সেই সকলো! কথ! বিচাৰ কৰি চল! উচিত । এইবোৰে উভয়ৰ ভিতৰৰ ভাল পোৱা ভাবটো গাঢ় আৰু মধুৰ কৰে। স্বামীৰ প্ৰিয় হবৰ ভপায়--ব্ধবৈবৰ্্ত পুৰাণত কয়ঃ-= “oma যা প্রস্বপতি, বিবুদ্ধে জাগ্রতি স্বয়ং। ভুঙ্ক্তেতু ভোজিতে বিপ্ৰ, সা মৃত্যুং জয়তি ধ্ৰুবম্ ৷ মৌনে মৌনবতী gras, fare তিষ্ঠতি ai স্বয়ং। একদৃষ্টিৰেকমন৷ SE MOAT ॥ দেবানামপি সা সাধ্বী, পূজ্য পৰমশোভন| | এষ মাতা পিতা বন্ধুবেষ মে দৈবতং পৰং। এবং শুশ্ষতে যা তু সা মাং বিজয়তে সদ৷ 1” গিৰীয়েকৰ টোপনি অহাৰ পিছত ঘি তিৰোতাৰ টোপনি আহে, আক তেওঁ সাৰ পোৱাৰ আগতে সাৰ পাই উঠে,