মাতৃজাতি ৫৭
উঠা সময়ত তুমি তোমাৰ নির্দোষিত। প্রমাণ কৰাৰ কাৰণে তর্কাতকি নকবিবা, কাৰণ তেনে কৰিলে তেওঁৰ খং বেছি হে হব, আৰু তাতে OMI খং উঠিলে এটা অনৰ্থ ঘটিব | সেইবাবে তেওঁৰ খং উঠা সময়ত মনে মনে থাকি, আন সময়ত “est দেখুৱাই দিব৷ যে তোমাৰ গাত কোনে| দোষ নাই, তেওঁ অনর্থক তোমাৰ ওপৰত খং কৰিছে। এনে কৰিলে তেওঁ নিজৰ দোষ বুজি ভৱিষ্যতলৈ অনৰ্থক খং নকবিব। তিৰোতাতকৈ মতাৰ ধৈধ্যগুণ স্বভাৱতে কম--অধৈধ্য হৈ কোৱ| এটা কথাই সংসাৰত অনৰ্থ ঘটায় আৰু গৃহস্থালি ছাৰখাৰ কৰে, দাম্পত্য জীৱন মৰুভূমিৰ দৰে কৰে। সেইবাবে, সদায় ধৈৰ্য্য ধৰিব| । i টু গুপ্ত FA— তোমাৰ জীৱনৰ প্রত্যেক কথাকে অকপট
চিত্তে তোমাৰ স্বামীক জানিব দিব|, তেওঁৰ আগত একো আঁৰ নকৰিব| | সচ্চৰিত্ৰ৷ তিৰোতাৰ গিৰীয়েকৰ আগত কব নোৱাৰ| কোনে| কথাই থাকিব নোৱাৰে ৷ কেতিয়াও তেওঁৰ লগত কপট ব্যৱহাৰ নকৰিবা|, কিবা দোষ কৰিলে তেওঁ নিজে জনাৰ আগতে তেওঁককৈ ক্ষমা খুজিব|। তুমি ইচ্ছা কবি লুকাই ৰখ৷ কথা তেওঁ নিজে বা আনব পৰ জানিব পাৰিলে, তেওঁৰ মনত তোমাৰ প্রতি এটা aft শ্বাসৰ ভাৱ cial স্বাভাৱিক, কিন্তু আগতে জনালে সহজেই কথাটো শেষ হৈ যায়। সংসাৰত তিৰোতাৰ স্বামীত বাদে ‘আন কোনো বেছি বিশ্বাসী বা হিতাকাঙ্কী৷ হব নোৱাৰে
ৰ্