সমললৈ যাওক

পৃষ্ঠা:মাতৃজাতি.pdf/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

to মাতৃজাতি,

যত্ন কবি বাখিবা, যি বিলাক মানুহক তেওঁ ভাল পায়, তেওঁলোকব লগত সদ্ব্যৱহাৰ কবিবা, আক যি বেয়া মানুহ তেওঁৰ শত্ৰু, বা যাক তেওঁ ভাল. নাপায় সেইবোৰ মানুহৰ লগত সম্বন্ধ নাবাখিবা। মুঠৰ ওপবত তোমাৰ জীৱনৰ লগত তেওঁৰ জীৱন, তোমাৰ উদ্দেশ্যৰ লগত | তেওঁৰ উদ্দেশ্য, তোমাৰ আকাঙক্লাৰ লগত তেওঁৰ আকাঙ্ক্ষা-- ৷ সকলোকে একেলগ কবিবৰ চেষ্টা কৰিবা। আদর্শ গিৰীয়েক _ ঘৈণীয়েক দুয়ো এটা, এক মন, এক প্রাণ, দুয়োৰে জীৱনৰ উদ্দেশ্য একেটা--একো বেলেগ নাই--দেখোতে দুটা মানুহ কিন্তু প্ৰকৃততে এটা | সহগুণ ঃ--পৰ্কষাণ্যপি চোক্তা যা দৃষ্ট৷ Heat চক্ষুষ| | স্তপ্ৰসন্নমুখী ভৰ্,্বানাবী সা পতিব্ৰত| | মহাভাৰত | খং কৰি স্বামীয়ে কঠুৰা কথা কলেও যি তিৰোতাই হাহি মুখে তাক সহা কৰে তেওঁ Afogul | “ভু, বি প্রকৃতাপি” ৰোষণতয়| মাস্ম প্রতীপং গম ৷” + =শকুত্তল৷ | স্বামীয়ে অপমান কৰিলেও খঙতে তেওঁৰ বিকদ্ধাচৰণ _ নকৰিব| | তোমাৰ স্বামীয়ো মানুহ, তেওঁৰে| ভুল হয় আৰু সময় মতে হয়তে| অন্যায়কৈ তোমাৰ ওপৰত খং কৰি বেয়া কথা কব পাৰে। সেইটো ধৈধ্য ধৰি সহ কৰিবা ৷ তেওঁৰ খং