এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
নিবেদন ।
এই কিতাপখনিব প্রথম তাঙৰণ বহুদিন আগতে শেষ হৈ গৈছে । এতিয়াও এই কিতাপখনি বহুতে বিচাৰে । সেই বাবে আৰু কেইজনমান বন্ধুৰ উপদেশত মই এই কিতাপৰ aq তাঙৰণ বাইজৰ আগত দাঙি ধৰিলে।। পদ্মশ্ৰী igo নলিনীবালা দেৱী আৰু হেণ্ডিক্ কলেজৰ সংস্কৃতৰ অধ্যাপিকা Ager নিৰ্ম্মলা দেৱী এম, এ, এবাৰ কিতাপখনি চাই বহুত মূল্যবান উপদেশ দিছে। সেইবাবে তেখেতসকলৰ ওচৰত মই কৃতজ্ঞ থাকিলে ৷ গ্রন্থকাৰৰ “চৰিত্ৰ গঠন” এই পুথি- খনিব পৰিপূৰক ৷ কাৰণ “চৰিত্ৰ গঠনত” লিখা কথাবোৰ লৰা-ছোৱালী সকলোৱে জানিবলগীয়া, কিন্তু ‘মাতৃ জাতিৰ’ কথাবোৰ- অকলে ছোৱালীৰ ক্ষেত্ৰতহে প্রযোজ্য । “চৰিত্ৰ গঠন”বো তৃতীয় তাঙৰণ ass দিবলৈ যুগুত কৰা হৈছে।
প্রথম তাঙৰণ বাইজে যি RA চাইছিল এই তাঙৰণে৷
সেই চকুৰে চাব বুলি৷ আশ৷ কৰিলে । ইতি
১৯ a } গ্রন্থকাৰ