সমললৈ যাওক

পৃষ্ঠা:মাতৃজাতি.pdf/৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মাতৃজাতি ৫১

দ্বিতিয় ছোৱা বিয়াৰ পাছত গিৰীয়েকৰ ঘৰলৈ যোৱাৰ দিনৰ পৰাই তিৰোতাৰ অতি দায়িত্বপর্ণ জীৱনৰ দ্বিতীয় ছোরা আৰম্ভ হয় । বাল্যকালত পোৱা শিক্ষা আক: বাপেক-মাকে ছোৱালীৰ আগত দাঙি ধৰ| দৃষ্টান্তৰ পৰাই এই ছোৱাই গঢ় লয়। এই সময়ত ছোৱালীয়ে সৰুৰে _ পৰ| ভাঙব-দীঘল হোৱ| নিজৰ ঘৰৰ পৰা, পিতাক-মাকৰ বুকুব মাজৰ পবা আন এখন অচিনাকি ঘৰলৈ যায় আৰু সেই সময়ৰ পবা ছোৱালীৰ নানাৰকমব শাৰীৰিক আক. মানসিক পৰিবৰ্তন qa হয়। নিজৰ ঘবত পিতাক-মাককে আদি কৰি গৃহৱ্ত্তী মানুহসকলে ছোৱালীৰ কোনো দৌষ নেদেখে ৷ কিবা দোষ দেখিলেও মৰমতে, সকলোৱে তাক সহজে ক্ষমা কৰে, কাবণ ইয়াত ' সকলোৰে লগত তেওঁৰ তেজৰ A! অচিনাকি নতুন শহুৰেকৰ ঘৰত সকলো! তাৰ বিপৰাত--কাৰে| লগত তেজৰ সম্বন্ধ নাই। নিজৰ কাৰ্য্য আৰু ব্যৱহাবৰ দ্বাবা মৰম লগাব নোৱাৰিলে, তাত তোমাব মৰমৰ দাবী নাই । গিবীয়েবাৰ ঘৰত সোমোৱাৰ দিনৰে পৰা তাৰ একশ্রেণীর মান্গুহৰ তুমি চকুব হুল হবা কাৰণ তুমি যোৱাৰ আগতে তোমাৰ গিবীয়েবাই সিবোৰক _মব্ম কৰি'ছল, সেই মৰমৰ এক অংশ তুমি নি তুমি সিহঁতৰ প্রতদন্দিনী হৈ থিয় হব| ৷ Bae পালেই তেওঁলোকে তোমাক তোমাৰ স্বামীৰ আগত আৰু আনৰ আগত হীন প্রতিপন্ন কৰিবলৈ চেষ্টা ক'ৰব | তাৰ উপবিও তোমাক