সমললৈ যাওক

পৃষ্ঠা:মাতৃজাতি.pdf/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মাতৃজাতি ত ৪৯

‘বেথুন কলেজব এগবাকী প্ৰিন্সিপেলে লিখিছিল যে বেছি ভাগেই দৰ| পোৱাৰ আশাতহে ছোৱালীক স্কুললৈ পঠায়-- ছোৱালীয়ে স্কুলত পঢ়ি থাকে বিয়া, হোৱা বিলাকে স্কুল এবি দিয়ে, আৰু বিয়| নোহাৱ৷ অর্থাৎ দৰ৷ নোপোৱা৷ - বিলাকে আগুৱাই গৈ থাকে। ম তিৰোতাক কেনে শিক্ষা দিব লাগে--আজি কালি মেট্্রিকুলেচনলৈ যি খিনি isl হয়, সেইখিনি বিদ্যা প্রত্যেক ‘ছোৱালীয়ে জনা উচিত । প্রকৃত মাক আৰু __ ঘৰৰ Cat হবৰ নিমিত্তে ইংৰাজী নিশিকিলেই crete’ নহয়| মাইনৰ বা ৭ম বা ৮ম মানতে প্রায় ছোৱালীয়েই ইংৰাজী পঢ়া এৰে | এইখিনি ইংৰাজী পঢ়ি ইংৰাজী ২ ৷ ‘sal ভালকৈ জন৷ নহয়; সেইখিনিতে পঢ়া এৰিলে ইংবাজী পঢ়ি নষ্ট কৰা সময় আৰু টকা বিফলে যায় ৷

_ তাতকৈ ইংৰাজী নপঢ়ি আন উপযোগী বিদ্যা শিকিলে go উপকাৰ হয়। অৱশ্যে যি সকলে পাৰে সি সকলে. যিমান ভাষা শিকে সিমানেই wit! আমাৰ অৱস্থাৰ আৰু সমাজৰ বেছিভাগ ছোৱালীৰ স্কুলত পঢ়| সময় বৰ বেছি ১৬ বছৰলৈ ৷ সেইবাবে ইংৰাজী শিকি কথাৰ মাজত দুটা ইংৰাজী শব্দ স্থমুৱাবলৈ শিক্ষা লাভ কৰাতকৈ তাক নপঢ়াই ভাল। অসমীয়া হিন্দু তিৰোতাই ৰামায়ণ, মহাভাবত,

'_ নামঘোষা, কীর্তন প্রভৃতি ধৰ্ম্মদুথি ভালকৈ পঢ়| উচিত। : 3 তাত বহুত সজ উপদেশ পোৱ| যায়। তাত বাদে সাহিত্য, .

টি

Pa reece nt ee