a
mK মাতৃজাতি
স্কুললৈ নপঠায়__পঠার শিক্ষা লাভ কৰিবৰ নিমিত্তে । যেতিয়া আমি জানে| সে বর্তমান শিক্ষাই ছোৱালীক স্থশিদ্দ। দিব নোৱাৰে তেতিরা আমি সেই শিক্ষা নিদি নিজেই উপযুক্ত শিক্ষা দিব পবা ছোৱালী স্কুল নোখোলাব কাৰণ কি? বহুতে কব bai পইচাৰ অভাৱ ৷ কিন্তু ভালকৈ ভাবি ‘চালে দোখবা যে সেইটো কাবণ নহয় কাৰণ, আমাৰ
স্বাধীন মনোৰৃত্তিৰ অভাৱ, আৰু তাৰ লগে লগে আমাৰ * লগ লাগি কাম কৰা আক নতুন কাম এট! হাতত লব পৰা শক্তিৰ অভাৱ আক একভাবদ্ধ নোহোৱা জাতিৰ
'অরশ্যন্তারী দোষসমূহ | ভাৰতৰ আন আন প্রদেশত
ৰাইজে খোল! ছোৱালীৰ আদর্শ Roma আছে কিন্তু,
আমাৰ অসম দেশত নাই। বর্তমান স্থুল কলেজত ছোৱালী- সকলে যি খিনি শিক্ষা we bel আৰু সময় খবচ কৰি লাভ কবে, উপযুক্ত স্কুলত তাতকৈ বেছি শিক্ষা কম খবচত আক বহু কম সময়ত লাভ কৰিব পাৰিব।
বর্তমান স্ত্ৰী শিক্ষা sien নহয় আৰু বহু ঠাইত অপকাৰী বুলি জানিও মানুহে সেই শিক্ষা ছোৱালীক দিরাৰ আৰু এটা কাৰণ আছে; দি হৈছে আজিকালি লিখা পঢ়| জনা লৰাই লিখা-পঢ়া জনা ছোৱালী বিচাবে। সেই- বাবে চৰ্কাৰী বিষয়া পোৱাৰ উপায় স্বৰূপে বহুতে ভাল নহয় বুলি জানিও এই শিক্ষাকে ছোৱালীক দিয়ে। কেইবছৰ- মান হ’ল, কলিকতাৰ বাতৰি-কাকত : এখনত কলিকতাৰ
185.
০৪০৪৮
~~
a দি