সমললৈ যাওক

পৃষ্ঠা:মাতৃজাতি.pdf/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মাতৃজাতি : ৪১

বিশেষ যত্রব আৱশ্যক নাই, বপহীয়ে যি পিন্ধে তাতে সুন্দৰ

দেখুৱায় | “কিমিব হি মধুবাণাং ASK নাকৃতীনাং।” ৰু

অথাৎ কিহেনো বূপহীৰ সৌন্দধ্য নবঢ়ায় বুলি কালিদাসেও -

te গৈছে। তুমি যদি ৰূপৱতী হোরা সি ভালেই; যদি

ৰূপৱতী নোহোৱা, তাব বাবে দুখ কৰাৰ সকাম নাই, FRA

ৰূপ কচুপাতব পানীব দৰে চঞ্চল, আজি আছে কালি নাই,

এটা টান বেমাৰ হলে ৰূপৱতী কুৰপা হৈ যাব পাৰে, তাৰ =

উপৰিও বুঢ়া কালত ৰূপ আগব দৰে নাথাকে। “বাহিবে বং চং ভিতবে কোর! ভাতুৰী”তকৈ যদি গুণৱতী _ হব পাৰা সি বেছি ভাল। দয়া, মমতা, লজ্জাশীলতা, সতীত্ব আৰু মাতৃত্বৰ যি কূপ ফুটি ওলায়, সেই ৰূপ চিবস্থায়ী, ব্যসব লগে লগে সি গাঢ় হৈ যায়। বেমাৰৰ কথা দুবৈত থাঙক চিতাব জুইতে| সি ভগ্ন নহয়--মৃত্যুৰ পিছতে| সেই WF মানুহে আদৰ কৰে । তেনে ৰূপৱতী হোৱা৷ তোমাৰ হাতৰ মুঠিত--ইচ্ছ| কৰিলে; যত্ন কৰিলে তুমি তেনে গুণৰ অধিকাৰিণী হব পাবা৷ প্রকৃত মাতৃ" মূত্তিয়ে সকলোৰে ভক্তি আকর্ষণ

কৰে, মাতৃ ৰূপহীয়ে হওক বা FAAS হওক৷

॥ তিৰোতাৰ প্রকৃত শিক্ষা

দেয়া বৰায় React ধনবত্ন সমন্বিতা |”