নন
8° 1001, মাতৃজাতি
“চলায় দয়া, মৰম আক সহানুভূতিবে । ঘৰত থকা মানুহ বিলাক মবমব ডোলেৰে বান্ধ খাই থাকে, এজনে আনজনক GT কৰি আক আনজনব পবা মৰম পাই নখ পায়। ইয়াত. টকা-পইচা বা সাল সলনিৰ হিচাব নাই। যেনেকৈ VHA পৰিষ্কাৰ অপৰিষ্কাৰ সকলে৷ ঠাইতে কোনো- ৰকম বিচাৰ নকবি পোহৰ দিয়ে, ঘৰৰ ঘৈণীয়েও ভাল- বেয়া, আর্জনীয়া, নিবনুৱা, BAA, FA, বলী, দুর্ব্বলী সকলোকে কোনো বকম ভিন ভাৱ নকৰি মৰম বিলায়। যি ঘৰত ইটোই সিটোক মবম নকৰে, ইয়াৰ দুখ সি নুবুজে, সকলো স্বাৰ্থপব সেই ঘৰ ঘৰেই নহয়; তেনেকুৱ৷ ঘবত থকাতকৈ গছৰ তল বহুগুণে ভাল। উপযুক্ত ঘৈণীয়ে পৰিয়ালৰ সকলোকে সমান চকুৰে চাব আক প্রত্যেকবে সমান যত্ন লব। মবমেৰে ছুর্দান্ত মানুহকো বশ কৰিব পাবি; কাৰে৷ কথা গ্ৰাহ্য নকবা৷ Gale ages দুৰ্বল তিৰোভা এজনীৰ কথাই, সাপক সাপৰ ওজাই বশ কৰাৰ দৰে কৰ| উদাহৰণ সদায় পাবা| ৷ ভয়েবে বশ কৰা, আক মৰমেৰে বশ কৰাৰ তফাৎ আছে--ভয়েৰে বশ কব হাতী Ahr পালেই পলায়, কিন্তু মৰমত বশ হোৱা কুকুবৰ প্রভুভক্তি জনাজাত | সৌন্দৰ্য্য--যদিও শাস্ত্ৰই “ভাধ্যা ৰূপৱতী শত্ৰু” বুলি কয়, তথাপি তিবোতাব ৰূপ অৱহেলাৰ বস্তু নহয়। সকলোৱে ৰূপক আদব কৰে, লৰালৈ ছোৱালী চাওঁতেও মানুহে ছোৱালী জনী দেখিব কেনে আগতে চাই লয়। ৰূপহীক সজাওঁতে