সমললৈ যাওক

পৃষ্ঠা:মাতৃজাতি.pdf/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩৮ ৰ মাতৃজাতি

“যি সকল তিবোতাব স্বামী বিদেশত আছে তেওঁলোকৰ পক্ষে ৰং-ধেমালি a সামাজিক বিয়া আদি উৎসৱলৈ i, চুচি-মাজি শবীবব লাৱণ্য বঢ়োৱা, Sel আক আনব “ঘৰলৈ যোৱ| অবিধেয়। আক এঠাইত আছে_স্বামীর়ে নজনাকৈ আনক উপহাৰ দিয়া, ঠাট্টা তামাচ| কৰা আক আন মতাৰ গা! চোৱা, অকলে এঠাইত ' বহু সময় বহি থকা৷ প্রভৃতিও ব্যভিচাৰ অর্থাৎ সতী তিৰোতাৰ পক্ষে নিষেধ | এই বিলাকৰ পৰা দেখা যায় যে যিবোৰ কাম কৰিলে সতীত্ব নষ্ট হোৱাৰ কণ মাত্ৰও আশঙ্কা আছে তাকেই শাস্তৰই কৰিবলৈ বাধা দিছে।

লাজ--লাজেই তিবৌতাৰ প্রধান অলঙ্কাৰ। স্থন্দৰী আৰু নানা অলঙ্কাৰ আদিবে সৌন্দৰ্য্য বঢ়োৱা তিবোতাতকৈ কুকূপা লাজুকী তিৰোতাক মানুহে বেছি আদৰ কৰে। লাজ কি? কেৱল ওবণি লৈ থাকিলেই লাজুকী আৰু ওৰণি নললেই নিলাজী বুলিব নোৱাৰি ৷ লাজ কি লেখি বুজোৱা টান, আক ই বিভিন্ন সমাজত আঁক বিভিন্ন সময়ত বেলেগ ৰকমৰ ৷ পৰ পুকষব হাত ধৰা ধৰিকৈ নচা দুবৈত থাওক, ধেমালিতে পৰ পুকষৰ গা চোৱাও আমাৰ শাস্ত্ৰ মতে কেৱল নিলজ্জতা নহয় ই ব্যভিচাৰ; কিন্তু পাশ্চাত্য দেশত সি ব্যভিচাৰৰ কথা দুবৈত থাওক, নিল'ল্জতাও নহয়। এনেয়ে যিটে| কাম কৰিলে মান্গহে নিলঞ্জব কাম বুলি কব সেইটো সগরমতে OT বুলিব নোৱাৰি | আৱশ্যকৰ অতিৰিক্ত

j