সমললৈ যাওক

পৃষ্ঠা:মাতৃজাতি.pdf/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মাতৃজাতি ‘ to

(১) ছোৱালীসকলে বাটত, দোকানত, Gow, ৰেল গাড়াত, নিৰ্জ্জন গাৱঁলীয়| বাটত বা আনন্দ উপভোগ

কৰা ঠাইত অচিনাকি মত৷ বা তিৰোতাৰ লগত কথা নাপাতিব | 4 i না i

(২) ছোৱালীয়ে অকলসৰে কেতিয়াও ৰাস্তাত Rafe নাথাকিব,। আৰু কোনোব৷ অচিনাকি মত৷ বাঁ তিৰোতাই 7 মাতিলে তৎক্ষণাৎ ওচৰত থকা কনিষ্টবলৰ ওচৰ চাপিব |

(৩) নিবাপদ থকা ঠাই ঠিক নকবাকৈ কোনো ছোধলীয়ে - ডাঙৰ চহৰ এখনলৈ নাযাব ৷

উন্নত দেশতে যদি ছোৱালীৰ এনে বিপদ আমাৰ দৰে পিচপব| দেশত কিমান বিপদ আক সেইবাবে ছোৱালীয়ে _) কিমান সাৱধান হোৱা উচিত ভাবি চাব৷ ৷

যি বিলাক কাম কবিলে সতীত্ব বক্ষাৰ অলপো বাধা হব পাবে, সেই সকলোবিলাক কথা৷ খষি-মুনিসকলে কৈ গৈছে। আজিব এই স্ৰী-স্বাধীনতাৰ যুগত বহুতে সেই বিলাক কথা ঠেক মনৰ পৰিচায়ক বুলিব; কিন্ত সেই বিলাক মনস্তত্ববিব্‌ ্র্্ঞানী সকলৰ কথ।। সেইবাবে যি সকলে সতীত্ব ৰক্ষ৷ কৰা৷ = উচিত বুলি ভাবে, তেওঁবিলাকৰ পক্ষে তাক পাধ্যমানে বক্ষা কৰা! উচিত।

“ক্রীড়াং শবীব-সংস্কাবং সমাজোৎসর দৰ্শনং। হাস্তং পৰ গৃহে যানং ত্যজেৎ প্রোধিত ভর্তৃকা |” aerate!

\