সমললৈ যাওক

পৃষ্ঠা:মাতৃজাতি.pdf/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩৪ মাতৃজাতি

যেনেকৈ বনত চৰি ফুবা, কাৰে| অপকাৰ নকৰ| হৰিণাৰ জীৱন দায় বিপদে ভবা, তেনেকৈ তিৰোতাৰ জতীত্ও বিপদে ভৰ|--হৰিণাৰ শত্ৰু বাঘ-ভালুক আক মানুহ, সতীত্বৰ শত্ৰু একমাত্ৰ মানুহ | তফাৎ এয়ে যে হবিণাই দেখিলেই শত্ৰুক চিনিব পাৰি আত্মৰক্ষাৰ চেষ্টা কৰিব পাবে, কিন্তু তিৰোতাৰ সতীত্বৰ শূত্রু নৰ-পিশাচবোবক চিনি পোৱ| বৰ টান ৷ এই শ্ৰেণীৰ নব-পিশাচবোৰ তিৰোতাৰ সতীত্ব হৰণ কৰাৰ উদ্দেশ্যে এনে ৰকমে ভেশ-ছন কৰি ফুৰে যে অবলা! তিৰোতাৰ দুৰৈত থাকক, সংসাৰত অভিজ্ঞ মতাবে৷ চকুত ধূলি দিয়ে। এনে হেন প্রবল পৰাক্ৰমী কংগ্ৰেছ শাসনতো চতুৰ পুলিচৰ চকুত ধূলি মাবি, দিনে দিনে নৰ পিশাচবোৰে কিমান সতীৰ সতীত্ব বলেৰে হৰণ কৰিব লাগিছে, তাৰ খবৰ সদায় বাতবি কাকতত cts যায়; আকু সেই নৰ-পিশাচ- বোবে যে কেৱল মাত্ৰ অশিক্ষিত শ্রেণীৰ এনে নহয়, বর্তমান শিক্ষাভিমানীৰ ভিতবতো সময়ে সময়ে তেনে মানুহ gal পৰি আদালতত দণ্ডিত হোৱা৷ শুনা যায়।

সতীত্ব বক্ষাৰ উপায়--বৰ্ত্তমান শিক্ষা বাঢ়ি যোৱাৰ লগে লগে স্ত্রীন্বাবীনতাও আমাৰ দেশত আগতকৈ বহু পৰিমাণে বাঢ়ি গৈছে । তিবোতাই বাহিবলৈ ওলোৱ| বে cam মই সেইটে।. নকওঁ-_কিন্তু ভাল হলেও সদায় নিজে সুবক্ষিত অৱস্থাত Fal Gow, কাৰণ সাৱধানব মৰণ নাই। আজ- কালি বহুত সময়ত তিবোতা Wee উপযুক্ত বক্ষক