মাতৃজাতি ৩৩
. এইবিলাকৰ পৰ| দেখ| যায় যে যি তিৰোতাই সদায় কায়মনোবাকো পতিক অন্তষ্ট ৰাখে--যি তিৰোতাৰ স্বামীয়েই সকলো তেৱেঁই সতী, সাধ্বী, পতিব্ৰত৷, তেওঁবেই চৰণধূলিৰ দ্বাৰ| পৃথিবী পৱিত্ৰ হয়। i সভাত বক্ষী ভিঢবাভাব প্রথম আৰু প্রধান SSI
যি সতীত্বই তিবোতাক দেৱীত পবিণত কবে, মেই সতীত্ব কেনে বস্তু তাক বহলাই নকলেও হব,৷ মূল্যহীন বস্তু কেৱে চকু নকৰে কিন্তু বহুমূলীয়| বস্তুৰ ভয় পদে পদে, অসাৱধান হলে হেকৱাব পাবা, তাৰ ওপৰত চোৰ, ডকাইত, ঠগ-ফন্দীয়ক আছেই। তোমাৰ বহুমূলীয়৷ গহনা, কাপোৰ-কানি বৰ সাৱধানে বাখা, কিন্তু সতীত্ব-ৰত্ন তাতোকৈ বেছি যত্ন আৰু সাৱধানে বক্ষা কৰিব লাগে; কাৰণ ই তাতকৈ বহুগুণে মূল্যৱান । ধন-সোণ এবাৰ হেকৱালে তাক পাব পাৰি আৰু ধন-সোণ নহলেও মানুহে সংসাৰত ad শান্তিৰে জীৱন কটাব পাবে কিন্তু সতীত্ব-ৰত্তৰ এয়ে বিশেষত্ব যে এবাৰ হেকৱালে তাক আৰু ছুনাই পোৱা নাযায় আৰু সতীত্বহীন তিৰোতাৰ জীৱন বৃথা, সি জীৱনৰ কোনো মূল্য নাই। এবাৰ ACE হেকৱালে লাগে ইচ্ছাতে হওক বা ,অনিচ্ছাতে হওক--সেই তিৰোত| ভগৱানৰ
‘ওচৰত, নিজৰ ওচৰত, নিজৰ পুত্ৰ-কন্ভা, স্বামী, পিতৃমাতৃ
প্রভৃতিৰ ওচৰত মূল্যহীন হৈ জীৱনৰ বাকী দিন কেট ‘কটাব লগাত পবে। তাত