মাতৃজাতি ২১
কন্তাক ted দেখুওৱ| মন্ত্র 8
ও ধ্রুবমসি Sry পণ্ঠামি Seas পোব্য। মহি মহং ত্বাদাদ্ = বৃহম্পতিৰ্শ্ময়| পত্য| প্রজাবতী জঞ্জীব শবদঃ শতম্।
অর্থ £--হেব| ( StH) মই তোমাক Saws দেখুরাও, তুমিও তৰাটিৰ নিচিনা মোৰ প্রতি নিশ্চল ভাবৰ হৈ দীৰ্ঘজীৱন লাভ কৰি মোৰ পোষনীয় হোৱ| যেন৷ বৃহস্পতিয়ে তোমাক মোক দিয়া বাবে east হৈ এশবছৰ জীয়াই থাকিব| |
অন্ন হোমৰ থালীত থকা উচ্ছিষ্ট অলপ অন্ন বৰে কন্যাক স্থঙোর! মন্ত্ৰ $_
ও প্রাণৈস্তে প্রাণান্ সন্দধাম্যস্থিভিবস্থীনি মাংসৈৰ্মাংসানি Bol ত্বচম্ |
হে কন্া, এই অন্নপ্রাসনৰ দ্বাৰা তোমাৰ প্রাণ, অস্থি, মাংস আৰু ছালেৰে সৈতে মোৰ প্রাণ, অস্থি, মাংস আৰু ছাল যোগ কৰিলে ।
আই, এনে ra মন্ত্ৰ, পৱিত্ৰভাৱে লঘোণে থাকি, পৱিত্ৰ হোমৰ জুই আক শালগ্ৰামৰ আগত এই মন্ত্র উচ্চাৰণ কবি এজনৰ স্বার্থ আন জনব স্বাৰ্থৰ লগত মিলাই fea হয় । কিন্তু বৰ পবিতাপব কথা৷ এই যে বহুত বিয়াত
_ দৰা, FH, পুকহিত, বৰকর্তা, কন্যাকর্তা আক বিবাহ সভাত উপস্থিত থকা, কোনো মানুহেই এই পৱিত্ৰ মন্ত্ৰবোৰৰ অর্থ _ নুবুজে সকলোৱে এইটো মাত্র ধাৰণ৷ কৰি লয় যে অগ্নি
৮১