সমললৈ যাওক

পৃষ্ঠা:মাতৃজাতি.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

\

অর্থ আৰু কাম এই ত্রিবর্গৰ লগৰায়| প্রজাপতি দেৱতা- যুক্ত (অর্থাৎ CIs সন্তান হোৱাৰ যোগ্যত৷ থকা) এই মোৰ স্ত্ৰাজনীক মই নেৰিম ।

PUG নাম বৰে কাটিব। বৰে কন্যাৰ সৌহাতৰ বুঢ়া aie fre ধৰি পাঠকবা মন্ত্ৰ আক তাৰ অর্থ £_

ওঁ সদৈষী মনসা দুৰং দিশোহন্তপৰ্মানে৷ বা হিবণ্যপর্ণো বৈকর্ণঃ সাত্বা সন্মনসা কৰোম্যসৌ।

হে অমুকী, (বৰে কন্যাৰ নাম কাঢ়ি ) দশদিক, বায়ু, Vay আৰু অগ্নিয়ে মোৰ হৃদয়ৰে: সৈতে তোমাৰ হৃদয় এক কৰি দিয়াত তুমি ব্যাকুল হৈ পিতৃকুল পৰিত্যাগ কৰি মোৰ হৃদয়ৰে সৈতে দূৰলৈ গ'লা [অর্থাৎ মোৰ কুললৈ আহি মোৰ অনুসাৰিণী হ’ল৷ ৷] হোমৰ পূৰ্বেৰ বব-কন্যাই ইটোৱে সিটোৰ মুখ চোৱা মন্ত্ৰ আৰু তাৰ অর্থ (আমাৰ দেশত ৰভাৰ তলত ছোৱালীৰ ওৰণি গুচাই, মুখ দেখোরা নিয়ম নাই যদিও সেই নিয়ম চলোৱ| উচিত যেন লাগে।)

ওঁমঘোৰ চক্ষুৰ পতিদ্নোধি শিব| পশুভ্যঃ সুমনাঃ স্থ্বৰ্চ্চা বীৰ স্ুৰ্দ্দেবকাম| -স্যোন| শং নোভবদ্বিপদেশং চতুষ্পদে-- সানঃ পুষা শিরতমা মৈবয়ৎসা |

অৰ্থ ?--হেৰ৷ ! তুমি অপতিদ্ন হোৱা, পতি বধ নকবিবা,

_ পতিৰ প্রতি অকপট দৃষ্টি বাখিবা। গৰু আৰু আন জন্তুবোৰৰ কল্যাণকাৰিণী হব৷ | মুঠতে নিৰ্ম্মল মন, অমল কান্তি, ক্ৰীড়াত কৌতুহল আক Bi লাভ কৰি বীবপুত্রপ্রসবিনী

Ys

a my