১৪ মাতৃজাতি
অসম্ভৱ আক. অস্বাভাৱিক বুলিও কব পাৰি । আদি at ats মনুষ্য সমাজৰ ভিতৰত বিবাহ প্রথা চলিত নাছিল। সমাজৰ ক্রমবিকাশব লগে লগে যেতিয়| মানুহে দেখিলে যে মতা-তিবোতাব "অবাধ মিলনৰ পৰা সমাজত বহুত faz হয় আৰু আন বহুতো অপকাৰ হয়, তেতিয়াৰ পৰাই বিয়াৰ প্রথা প্ৰচলন কৰ৷ হয় আক for জীবনব বাবে মতা- মাইকী এহালৰ মিলন নিয়ন্ত্রিত কৰে আক লাহে লাহে এই মিলন পৱিত্ৰ মিলনত পৰিণত হৈছে । আদিম অৱস্থাত ইয়াৰ তিবোতা সি টানি নিয়াত সমাজত বহুত বিশৃঙ্খল| হৈছিল, তাকে গুচাবৰ নিমিত্তে মত| ' মাইকীৰ ,_ মিলনত ধৰ্ম্মৰ ছী পেলাই তাক অতি পৱিত্ৰ বন্ধনত পৰিণত কৰিছে। এই বিয়| হিন্দুৰ মতে এবিধ সংস্কাৰ ৷ তিৰোতাৰ বিয়াই একমাত্র সংস্কাৰ, আৰু এই TH জন্ম জন্মান্তৰ চলি থাকে, ইয়াক ছিগিব নোৱাৰি ৷ : শাস্ত্ৰ মতে আগৰ জন্মত মানুহৰ যি জনী তিৰোত| আছিল, এই জন্মতো
সেই জনীয়েই তিৰোতা হয়_পূর্ধজন্মানি যা ভাধ্যা যাচ a Ta” অৰ্থাৎ পূর্ববজন্মত যিভাধ্যা, যি faa আৰু যি ধন আছিল, এই জন্মতে| সেই STH, সেই বিদ্যা আৰু সেই ধন হয়। আক সেই বাবেই আগৰ দিনত গিৰীয়েক মৰিলে ঘৈণীয়েকে চিতাত উঠি নিজৰ প্রাণ বিসৰ্জ্জন দিছিল।
অনাদি কালৰ পৰা চলি থাকিলেও বিয়া সদায় নতুন ৷" তুমি কত বিয়| দেখিছা, fe তথাপি বিয়া বুলি শুনিলে