মাতৃজাতি ১১
লয়, তাৰ ওচৰত কিবা দেখিব বেয়া বস্তু থাকিলে, হয় তাক জাতবাই নহলে তাক কাপোৰেৰে ঢাকি লয়, কাৰণ কেমেৰাৰ মুখৰ ঢাকনীখন খুলি দিলে, কেমেৰাৰ আগত যি পৰে তাৰে ছবি উঠে। -তেনেকৈ লৰাৰ চকুৰ আগৰ পৰা বেয়। দৃষ্টান্ত, বেরা কথা সকলো আঁতৰ কৰি ৰাখিবা, কাৰণ লবাৰ কোমল অনুকৰণশীল মনত বাহিকে জগতৰ fare ছায়াপাত কবে, তাবে এটা দ FD মনত বৈ যায়, আক ফটোত বেয়া বস্তুৰ ছা পৰিলে যেনেকৈ তাক গুচাব নোৱাৰি আক সি ফটোখনকে নষ্ট কৰে, তেনেকৈ লৰাৰ মনৰ পৰাও বেয়| ভাবৰ Bi বোৰ দুৰ কৰিব নোৱাৰি সি লৰাটোকে নষ্ট কৰে।
ঘৰৰ আন আন মানুহতকৈও লৰ৷ ছোৱালীবিলাকে মাককহে বেছি অনুকৰণ কৰে, সেইবাবে মাকৰ সজ দৃষ্টান্ত লৰাছোৱালীৰ পক্ষে বেছি মূল্যবান ঘৰেই তিৰোতাৰ কাধ্যক্ষেত্র সেই কাধ্যক্ষেত্রত বাপেকতকৈ মাকবহে প্রভার বৰ বেছি. তাত তেওঁ সম্পূর্ণ ক্ষমতা চলায় | বিশেষকৈ নিজৰ লবা ছোরালী- বোৰৰ ওপৰত মাকৰ অসীম ক্ষমতা ৷ সকলো! কথাতে লবা ছোৱালীয়ে মাকৰ মুখলৈহে চায়। তেওঁৰ আচাৰ ব্যৱহাৰ কাৰ্ধ্য অৰ্থাৎ তেওঁৰ দৃষ্টান্ত সদায় লৰাছোৱালীবোৰৰ আগত থাকে আক বহু সময়ত অজ্ঞাতে তেওঁক অনুকৰণ কৰে আৰু তেওঁৰ দৰেই হয়। আমাৰ কথাতে কয় যে “মাক ভালেহে জীয়েক ভাল ৷”