সমললৈ যাওক

পৃষ্ঠা:মাতৃজাতি.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মাতৃজাতি ৯

কবে আক তাৰ বিপৰীত গুণৰ ঘৰে অসৎ দৃষ্টান্ত, অসং আদর্শ আৰু অসজ felt aI বোৱাই দি হীনমনোবৃত্তি সম্পন্ন মানুহক জনম দি দেশ বসাতললৈ নিয়ে । প্রত্যেক মানুহৰ জীৱনত নিজ নিজ ঘৰৰ প্রভাৱ বৰ বেছি। এই হেন ঘবব সম্পূৰ্ণ দায়িত্ব ঘৰৰ ঘৈণী জনীৰ গাত ৷ সেই- বাবে আই, ভাবি চোৱাচোন, তোমাব গাত কেনে গুৰুতব দায়িত্ব, তোমাৰ কর্তব্য কেনে গধুব, আৰু সেই কর্তব্য ভালকৈ পালন কৰাত তুমি কিমান স্বাৰ্থত্যাগ কৰিব লাগিব ! আই, আজি তুমি তোমাৰ স্বামীৰ ঘৰৰ বৰ ঘৈণী নহয়, কাৰণ তোমাৰ ওপৰত তোমাৰ শাহু আৰু al আছে, কিন্তু এদিন তুমি সেই দারিত্বপূর্ণ বৰঘৈণীৰ ঠাই দখল কৰিব লগাত পৰিব আৰু সকলো গুৰু দায়িত্ব তোমাৰ মূবৰ ওপৰত পৰিব। এতিয়াৰে পৰা সেই দায়িত্ব বহন কৰাৰ উপযুক্ত নহলে, তেতিয়| সেই দায়িত্ব মূৰ পাতি লৈ স্থকলমে .ঘৰ চল|ব নোৱাৰিব|। সেইবাবে সেই কথ| মনত ৰাখি এতিয়াৰে পবা তাৰ উপযুক্ত হবৰ চেষ্টা কবিবা। ০

চৰিত্ৰ গঠন £_ ঘবেই চৰিত্ৰ গঠনৰ প্রথম আৰু প্রধান ঠাই। কেঁচা এলডা মাটি যেনে কোমল, লৰাছোৱালীৰ Wet তেনে কোমল | যেনেকৈ কুমাৰ মাটিত যি সীচকে মব| যায়, সেই সীচৰে আকৃতি লয় আৰু যেতিয়া মাটি-- খিনি শুকাই উঠে, তেতিয়া নাভাঙিলে, সেই আকৃতিটো