সমললৈ যাওক

পৃষ্ঠা:মাতৃজাতি.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৮ মাতৃজাতি

দিনৰ যুদ্ধলৈ সাজু হবৰ নিমিত্তে । সেই হেন ঘৰৰ অপ্রতি- দ্বন্দী বাণী ‘ঘৰৰ ঘৈণী জনী। সেই ঘৰ শান্তিময় হব নে হাই উকমিব ঠাই হব, মানুহে তালৈ গৈ মনৰ জিৰণি পাব নে অশান্তিত তেওঁৰ মন বেছিকৈ ক্লান্ত হব, সি ঘৰেই হব নে বাহৰতলেই হব, সেই সকলোবোৰ কথা বেছিকৈ নিৰ্ভৰ কৰে ঘবৰ ঘৈণী জনৰ ওপৰত | শান্তিপূর্ণ শৃঙ্খলা- যুক্ত আক নিয়মানুৱৰ্ত্তা ঘৰ, মকভুমিব মাজত থকা নন্দন- কানন। তেনে ঘৰত লক্ষ্মী অচল| হৈ থাকে আৰু সেই ঘৰৰ ওপৰত ভগৱানে নিতৌ আশীৰ্ব্বাদ ববষে। তেনে ঘৰতেই মহাত্ম৷ গান্ধী, পণ্ডিত জৱাহবলাল Gee দৰে দেশৰ আক দহৰ মুখ উজলোৱা মহাপুৰুষসকলে জন্ম ধৰি দেশক উন্নত কৰে | ইয়াৰ বিপৰীত গুণ থকা ঘৰবোবৰত অতি স্বাৰ্থপৰ, দেশদ্ৰোহী, Geary আৰু হীন মনোবৃত্তিব মানুহ আক. ফাটেকৰ কয়দীবোৰৰ জন্ম হয়| বহুত ঘৰ আক পৰিয়ালবোৰ্ৰ সমষ্ঠিয়েই এখন দেশ; প্রত্যেকটে ঘৰেই উন্নত হলেই দেশখন উন্নত হয়। ঘৰৰ অধিষ্ঠাত্ৰী দেৱী বা ৰাণী তেনেহলে গোটেইখন দেশবে অধিষ্ঠাত্ৰী দেৱী বা বাণী, দেশৰ ঘৈণীসকল বা মাতৃজাতি । সেই মাতৃজাতিব ওপৰতেই ঘবব লবাছোরালী আৰু গোটেই খন দেশৰ মানুহবোবৰ মঙ্গল অমঙ্গল নিৰ্ভৰ কৰে | নিয়মানুবত্তা, কর্তব্পবায়ণ সজ ঘৰে সজ চিন্তা, সজ ভার আক সজ আদর্শ আনৰ আগত দাঙি ধৰি প্রকৃত মানুহ স্থষ্টি