মাতৃজাতি ১৬৩
ভাৰতত তিবৌতীৰঃঠাই ৪_-আজিকালি বহুত পাশ্চাত্য ভাবাপন্ন মানুহে কয় যে বহুত ভাবতবাসী, বিশেষকৈ হিন্দু সমাজ তিৰোতা নিগ্রহী_হিন্দু সমাজত তিৰোতাৰ কোনো স্বত্ব নাই, কোনে| ক্ষমতা নাই--তেওঁলোকক গৰু-ছাগলী প্রভৃতিৰ দৰে ব্যৱহাৰ কৰে। প্রকৃত পক্ষে ই সঁচা নহয়, ই কেৱল পাশ্চাত্য ভাবাপন্ন মনব বিকাৰ মাত্ৰ । ভালকৈ চিন্তা কাবলে দেখ! পাব| যে ভাৰতবাসী, বিশেষকৈ হিন্দু সকলে তিৰোতাক বব সন্মানৰ ঠাই দিছে। এইটে বিচাৰ কৰাৰ আগতে মন কৰিবা| যে ভাৰতবাসীৰ আদৰ্শ ত্যাগ আৰু পাশ্চাত্য জীৱনৰ আদর্শ ভোগ আক আদৰ্শৰ পার্থক্য লৈ কথাবোৰ বিচাৰ কৰিলেহে বুজিব পাৰিব| যে হিন্দুই তিৰোতাক, অতি উচ্চ ঠাই দিছিল, নে নাই ৷
হিন্দুৱে “যা দেৱী FRAGT মাতৃৰূপেণ সংস্থিত|” বুলি তিবোতাৰ মাতৃমূত্তিক ভগৱানৰ এক মৃত্তি বুলি পুঁজ কৰে হিন্দুৰ নিতৌ পুজা কৰা ছূর্গা, কালী, লক্মী, সবসহ্বতী প্রভৃতি Bf! দেৱত| সকলেও অস্থৰৰ যুদ্ধত পৰাজয় হৈ দুৰ্গাব শৰণ লৈছিল। চাণক্য পণ্ডিতৰ “মাতৃবৎ পৰদাবেষু”
কথা ফাকি মনত ৰাখিবা; হিন্দুৰ মনত “জননী জন্মভূমিশ্চ স্বৰ্গাদপি গবিয়সীৰৰ্ণ অর্থাৎ মাক আকু জন্মভূমি স্বৰ্গত কৈও
মহান্ আৰু নিজৰ তিবোতাত বাদে আন সকলে৷ তিৰোতাকে নিজব মাকৰ দৰে দেখাই তিৰোতাক কি ওখ আসনত থয়--ভাবি চাব৷ ৷ অচিনাকি তিবোতা আৰু ৷ ছোৱালীৰ