মাতৃজাতি ১৫৯
সিইতব ভিতৰত হিংসা আৰু ভেদ্ ভাৱ বেছি কৰি ঘৰখনত স্থখ- শান্তি নোহোরা কৰিব।
, আৰু এটা কথাত সাৱধান হ’ব| ; ই অতি স্বাভাৱিক কথ| ৷ বোৱাৰী অহাৰ আগলৈকে লৰাৰ মাকেই সকলো, ভাল বস্তু বা টকা-পইচা পালে, সকলোকে মাকৰ হাতত দিয়ে। fee cast আহিলে লৰাৰ ব্যৱহাৰৰ বহুত তফাৎ হয়__টকা পইচা, বস্ত-বাহানি আদি সকলো! ঘৈণীয়েকক দিয়ে। মুঠৰ ওপৰত বোৱাৰী অহাৰ আগতে লৰাৰ গোটেইখিনি মৰম মাকে অকলে পাইছিল; বোৱাৰী অহাৰ পিছত লৰাৰ সেই মৰমৰ এটা বুজন ভাগ বোৱাৰীয়ে পোৱাত, বহুত-মাকৰে সেইটো,অসহ্ হয়। আৰু কথাই কথাই তেওঁক অপমান আক অনাদৰ কৰা বুলি ধৰি লৈ ঘৰখনত এটা অশান্তিৰ স্থষ্টি কৰে আৰু তাৰ বাবে বোৱাৰীয়েকক জগ- বীয়া কৰি বহু সময় লৰাৰ আগত বোৱাৰীয়েকৰ বিৰুদ্ধে সঁচাই-মিছাই, কথা! লগাই, গিৰীয়েক আৰু ঘৈণীয়েকৰ ভিতৰত মনাস্তবৰ স্থষ্টি কবে। এইটো অতি, wis, মূৰ্খ তিবোতাৰ _ হে কাম; কাৰণ গিৰীয়েকে যে ৈণীয়েকক মৰম কৰিব সি স্বাভাবিক আৰু যাতে সিহঁতৰ ভিতৰত সেই মৰম ভাৱ স্থারী হয়, তাৰ বাবে হে যত্ন কৰা উচিত আক সেয়েহে প্রকৃত মাকব কর্তব্য । কাৰণ তেনেহলে সিইতে ভবৱিষ্যাতে স্মুখেৰে কাল কটাব পাৰিব। তুমি যদি cata STRAT মৰম আৰু ভক্তি পাবলৈ মন কৰা|, তেনেহলে