সমললৈ যাওক

পৃষ্ঠা:মাতৃজাতি.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

agate

আই তাবিণী, তুমি কোন জানানে ? তুমি জীয়াৰী, তুমি বোৱাৰী, তুমি স্ত্রী, তুমি ভনী, আৰু তুমি জননী। তুমি গৌৰৱময় মাতৃজাতিৰ এগৰাকী, মুঠতে তুমি বহুৰূপী । সকতে তুমি আমাৰ বৰঘৰ শুৱনী জীয়াৰী ছোৱালী ৰূপে আমাক নির্মল, পৰিত্র আৰু স্বৰ্গীয় আনন্দ দিছিল| এতিয়া যৌৱনত সেরা আৰু ভাল পোৱাব দ্বাবা সহধৰ্মিণী Aart, তোমাব স্বামীক, বাধ্যতাৰে বোৱাৰীৰূপে তোমাৰ শাহু-শহুৰ প্রভৃতি গুৰুজনসকলক, আক মৰুমেৰে তোমাৰ স্বামীৰ ঘৰৰ আন আন পৰিয়ালসকলক' স্থখ দিছ৷। বুঢ়াকালত তোমাৰ অভিজ্ঞতা, সজদৃষ্টন্তি আক উপদেশৰ দ্বাৰ৷ তোমাৰ লৰাছোৱালী, জিয়াৰী-বোৱাৰীসকলক সংপথলৈ নি সিহঁতক প্রকৃত মানুহ আক প্রকৃত তিৰোতা কৰিব৷। আই, তোমাৰ অসীম ক্ষমতা ! তুমি, ইচ্ছা ক্লৰিলে, তুমি ag কৰিলে, তোমাৰ স্বামীৰ ঘবখন শান্তিময়, জিৰণি আৰু আনন্দৰ লীলাভূমি কবি তাক স্বৰ্গত পৰিণত কৰিব পাবা, আৰু ইচ্ছা কৰিলে সেই ঘৰ তুমি হাই-উকমিব লীলাভূমি কৰি তাক শ্মশানত পৰিণত কৰিব পাব! । মন কৰিলে তুমি তোমাৰ চকুৰ পচাবতে

মাহৰ বুকুত নৰকৰ দাবানল জ্বলাই তাক নৰকৰ Abo